সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২ ] সা। উলাহতে গাই পান দিয়ে আহি বিহখানে নৱ বৰষৰ জন। হোেমাৰ গতিকে শুনে।হাবি বন পথাৰত মানুহৰ মুখে মুখে সকলােৰে অন্তৰত। কুলু কুলু কুলু সুৰে কাষৰ তটিনী খনি জগতত প্ৰচাৰিছে তোমাৰ মহিমা বাণী তাৰ প্ৰতিখনি উঠি পর্বতে কদৰে গৰ বহে সাবটি তাকে ৰাখে চিৰকালই। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি কত যতনেৰে দেৱ গাথিলা ই মালা খালি। ক্ষুদ্র ব্যর্থ ভিন্ ভাব আতৰাই সব পি: মালা সকলোকে আৰ। জগত মুফহিল, হৃদয় মুকলি পাই তােমাৰ নিচান ই উলাহতে আগুৱাই। হেলাৰঙে সমাপিলেবত কামজীৱনৰ লভিলে অনন্ত সুখ চিৰ শান্তিকি সুন্দৰ জ্ঞানী ভক্ত কৰ্মৰীৰ অসমৰ ৰজ তুমি অশে শুনে দেৱ সজালা" না তুমি। তােমাৰ সাৰকে পিছিয়ে নিকে চিক দিয়ে সম্বল উন্নতি