সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অধ্যা। কেনে অনন্ত বর্ণনা চোৱ।।-“শুনিয়া হিৰণ্যে ভ্রাতৃৰ বধ । ক্রোধে আৰকত চক্ষু তবধ ॥ শূলক তুলি গজি দৈত্যনাথ। দশন কামুৰি ঝঙ্কাৰে মাথ। দামৱগণক মাতে সহােধি । মাৰিৱে। বৰাহক শূলে বিন্ধি।.. কথায়ে আখাস কৰি দিতকি। তপক মনে গৈল মনৰক । আকাশ চাই উজবাহ হই। থাকিল ভূমিক অজুতে চুই। জটাৰ দীপিতি দেখতে ত্রাস। প্রলয় সূৰ্যৰ যেন প্রকাশ। ব্ৰহ্মাক চিন্তিয়া আছে মনত। বহি গৈল দিব্য বৰিষ শত। ঢাকিল তনু উই মাটি তুলি। শৰীৰৰ মাংস পাইলে সমূলি গজিল তাক ঢাকি বেৰু জাৰ। তথাপি কটাক্ষ নাহিকে তাৰ শিৰত বহুি বজাই তমােময় । তাৰ তাপে লৈ জগতে ভয়। সঘনে ভুমি কম্পে নিৰন্তৰ। খলকিল ত্রাসে সাতে। সাগৰ সঞ্চাৰে ৰা গ্ৰহ অসংখ্যাত। দশশা দিশে ভৈল উলকা পাত।” তলত দিয়া নৰসিংহৰ মূৰ্ত্তিৰ বৰ্ণনা পঢ়িলে গাৰ নােম শিৰি উঠে। যি ভাষাত ভয়ানকৰাে এনে বর্ণনা হব পাৰে, সেই ভাষা দুখীয়া বুলি কোৱাটোও ভয়ানক কথা।-ঘােৰ মূৰ্ত্তি ধৰি নৰসিংহ ভৈল বাজ। মহাত্রাসে কম্পে দেথি দানৱসমাজ। তপ্ত সুবৰ্ণৰ বৰ্ণ জলে চক্ষু দুই। পৰ্বত সমান কায় আছে বৰ্গ চুই। শৰীৰৰ ললাম - সম শুরু বর্ণ। তুলি আছে উদ্ধক তবধ দুই কর্ণ যেন গিৰি গৰ পৰাই প্রচণ্ড বতাস যেন নিবাস ৰজাই ? প্রকাশ কেশ শিৰে ৰবিৰ কিৰণ। কুটিকুটীল মুখ বিকট লহ লহ কৰে জিব। যেন পুৰণাৰ । এনে বাই শক্ত তীক্ষ্ণ নখে চমৎকাৰ। বহল হৃদয় গ্ৰীৱ শ কটি। জিরা বাইল মুখ