সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লাগিব। এই ছােৱালীৰে নাম সুৰ্য্যাৱতী, আৰু এওঁকে মহাসমা- ৰােহেৰে পিছত শঙ্কৰদেৱলৈ বিবাহ কৰােৱা হৈছিল। শবদেহে গৃহস্থাৰ ধৰ্ম অতি সুন্দৰকৈ আচৰণ কৰি এজন আহি গৃহস্থ হৈছিল। সূৰ্য্যাৱতীৰ গৰ্ভত শঙ্কৰ ম নামে এক কন্যা জন্ম হয়। সেই কন্যা তেওঁ হৰি নামে কায়স্থ এজনলৈ বিয়া দিছিল। ইয়াৰ পিছত তেওঁৰ স্ত্ৰীৰ মৃত্যু হয়। শঙ্কৰৰ বিয়াৰ পিছতে কুমুখৰ চুকায়। পিতৃ আৰু স্ত্রীৰ মৃত্যুৰ পিছত শঙ্কৰৰ মনত বৈৰাগ্য উপস্থিত হৈ জীয়েক জোৱায়েকক ভায়েক বনগর। গিৰীৰ তত্বাৱধানত থৈ পিতৃ মাতৃ আৰু স্ত্রী অস্থিলৈ তেওঁ তীর্থ কৰিবলৈ গল। তীর্থলৈ যাওঁতে তেওঁৰ লগত ৰামৰম গুৰু, মহেন্দ্র কলিকে আদি কৰি ১৭ জন লগৰীয়া যাত্রী গৈছিল। তীর্থ লৈ তেওঁলােক খােজ-কাঢ়ি গৈছিল। প্রথমতে শঙ্কৰে গান কৰি পিতৃ মাতৃ আৰু পত্নীৰ অস্থি গঙ্গাত লগালে; তাৰ পিছত গলৈ গৈ তেওঁলােকৰ পিও দিলে। গঙ্গাত ৯ দিন, গত তিনি ৰাতি থাকি তাৰপৰা দহ দিনে আকৌ গঙ্গালৈ আহি, একৈশ দিনে গৈ 'ষ্টগণ সঙ্গে, এক কাল বঙ্গে, 3 মহা উৎসাহ। •পে বিএনী কা একখানি কৰিল তেহে বিৰাহ । গৃহামে থাকি ধর্ম আচৰ শাক যেন বিহিত। গান তৰ্পৰ সন্ধ্যা বন্দন আচৰম্ভ কৰ্ম্ম নিত। দুখী দৰিক, এক জন অন্ন বস্ত্র দে মাতি। ই ৰাৱক, জ্ঞাতি মিত্ৰক পােষ পাল আতি । দানী দাস যত সবাকে সতত মাতন্ত মধুৰ বাণী। কেন নাহিয় তাহান যাকাত পাৱৈ কোনাে প্রাণ। আন লোক যত সবাকে গ্রন্থ, যাক যথোচিতভাৱে। সার হৃদয় যেন জলময় কৃপালু ও ভয়ে। দৈত্যৰি।