পৃষ্ঠা:Sankardev.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অধ্যা। RO কছাৰীয়ে শঙ্কৰক ধৰিবলৈ তেওঁৰ ঘৰ-বেৰ দিলে। দুটা শত ৰণুৱা কছাৰী তেওঁৰ ঘৰৰ দুৱাৰমুখত থিয় হৈ তেওঁক আগচি ধৰিলে। শঙ্কৰে কথা বিসতি দেখি ভিতৰৰ পৰা ভাে- তে-কৰে লৰি ওলাই আহি ঠেলা মাৰি কছাৰী দুটাক মাটিত পেলাই দি সিহঁতৰ গাৰ ওপৰত ভৰি দি গচকি ওলাই লৰ মাৰিলে। * ইয়াৰপৰা, শঙ্কৰৰ কেনে সুস্থ আৰু সবল মনেৰে সৈতে সুস্থ আৰু সবল শৰীৰ আছিল, সেইটো ভালকৈ বুজিব পাৰি। “Mens sana in corpore sano" perts 97 Bt4TTOO সুস্থ মন আৰু সুস্থ শৰীৰ যে মনুষ্যত্ব পূর্ণবিকাশৰ নিমিত্তে লাগ- তিয়াল এই লেটান বাক্যই শঙ্কৰত সার্থকতা লাভ কৰিছিল ; আৰু এই নিমিত্তে শঙ্কৰে তেওঁৰ জীৱনত ইমানবােৰ কাম কৰিব পাৰিছিল, আৰু এই নিমিত্তেই তেওঁ দীর্ঘজীৱন লাভ কৰিছিল। শঙ্কৰদেৱে সূৰ্য্যাৱতী নামে এটা কায়স্থ কন্যা বিবাহ কৰি , গৃহস্থী হৈ ছল । হৰিবৰ গিৰী নামে ভুঞা কায়স্থ এজন জগন্নাথ ক্ষেত্ৰলৈ তীর্থ কৰিবলৈ গৈছিল । এনে প্রবাদ আছে যে তাতে তেওঁৰ প্রতি জগন্নাথৰ স্বপ্নদেশ হল, যে তেওঁৰ এজনী ছােৱালী হব যাক তেওঁ কুসুমবৰ ভূঞাৰ পুতেক শঙ্কৰলৈ বিয়া দিব খালে খালে হাভরে লৱৰি পায় । ৰঙ্গ মনে শঙ্কৰে আছ তাক চাই।"-চৈতাৰি • ছাৰী মুনিব দুই দুৱাৰত থিত। হেন দেশিঙ্কৰে তৈলত ভয়ভীত।

পাইবো মনে মনে আলোচিল। ভিতৰৰপৰা বৰ বেগে লৰ দিল।

হেলােচিয়া চিতে পেঙ্গইল দুয়োজন। গৰকিলা দুইকো দিয়া বুকুত চৰণ তৈৰি।