সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ শঙ্কৰদেৱ। শঙ্কৰদেৱ যেনে শুৱনি পুৰুষ আছিল তেওঁৰ গাত তেনে বৰ বলও আছিল। চৰিত্ৰ-পুথিত আছে, এদিন তেওঁ কমলি-ধৰা পৰমান আতৈৰে সৈতে বাটেদি যাওঁতে এটা দুষ্ট ষাঁড়ে তেওঁক খুচিবলৈ খেদি অহা দেপি, তেওঁ ককালত কাপােৰ বান্ধি লৈ দুই হাতে ষাঁড়টোৰ দুই শিঙ্গত ধৰি বাৰ মুচৰি তাক পিছ- হেঁাহকাই পেলাই দিলত ষাঁড়টো মৃত্যতুল্য হৈ অলপমান পৰি থাকি, উঠি পলাই লৰ মাৰিলে। *

  • “দিনেক শৰদেৱ কৰিা ভেন।

কৰি মুখ শুনি পথে কৰম্ভ গমন। খান চাৰি গুৱাপান বাম হাতে ধৰি। চলন্ত পৰই আতি লীলগিতি কৰি ॥ সেহি বেলা যাণ্ড এক আগে পগত। দেখিযা শঙ্কৰোৱ গুণ মত। হঠাতে বাতিলে। পলাইবা নাৰিলে।। দিনে দুখ ইটো মােক অৱশ্যে নিলে।। বাৰম্বাৰ ইটো মনুক মাৰিহয়। শি পাতি শঙ্কৰক খেলি আসয় । আন্ত শঙ্কৰদেৱ বহি ৩াক চাই। মনে গুণি আন একো নপা উপায়। গুৱাপান এৰি দুই হাতে দুই শিলে। ধৰিয়া দিলন্ত ডাৰি অহৰৰ ৰিছে। পাছ লাগিয়া হেম্পােচিয়া তা নেয় এৰাইবো কিমতে বুলি মনত গুণ। দুই ভিতি খাল দিশ নাহি পলাইক। বাম পানে খালত পোইলা চিতে তাক। খালে পৰি ধৰফৰ ফৰে অতিশয়। ভয় হয় ৰ চৰণ আছায়। উঠি মল মূত্র ত্যাজি শঙ্কৰদেৱক। দেখি পল আৰ নাচাৱে পাছ।