সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

R. কৰিব পৰা ক্ষমতা দেখি কুমুৰৰক কৈছিল যে তেওঁৰ পুতেক “বিজয় পণ্ডিত” হব। শঙ্কৰদেৱে পঢ়া শেষ কৰি পঢ়াশালি এৰাৰ পিছত পিতৃ কুসুৰৰে কললিক মতাই আনি খুৱাই-ৰুৱাই ক্ষিণা দি বিদায় দিছিল। তাৰ পাছত শৰে বােগশান্ত পাই যোগা- ভ্যাস কৰিবলৈ ধৰি সেই বিদ্যাত পৰম নিপুণ হৈ পৰিছিল, আৰু কুম্ভক বােগ আদি কৰি প্ৰাণ, অপান আদি বায়ু বশ কৰি লােক তেওঁৰ ক্ষমতা দেখুৱাই আচৰিত কৰিছিল। এদিন তেওঁ লােগাসনত বহি কুন্তক যােগ অভ্যাস কৰোঁতে তেওঁৰ দেহৰ গং নালি ছিগি গৈছিল আৰু বাওহাতৰ বুঢ়া আঙ্গুলি মাটিত দি ভৰু দি থিয় হােৱাত পাৱ ওপবলৈ উঠা দেখি দর্শক লােকল আচৰিত হৈছিল। দৈত্যাৰি ঠাকুৰ বিৰচিত পুথিত আছে, “প্রাণ অপান সমান উদান আদি কৰি য়ুচয়। বশ্য কৰিলত, চলাইবে পান্ত যি বায়ু যৈত লাগল । বায়ু সেপিয়া, উশাস ধৰি, আসন ভিৰি হৰিখি। থাক সরায়, সুনিশ্চল কায়, দিন দুই চাৰি বসি। জলে বুৰ দিয়া থাকত বসিয়া জলৰ ভিতৰে যাই। জল দূৰ কৰি, পৰ দুই চাৰি, জলে নিভিজ কায় । বল্লো নিভিজ, শুখান থাকয়, উঠন্ত পুরু হল। বাহ প্রদেশত সৰসে বাস্ত নবীন ডােৰে পাট। বায়ু ক্ষেপি নিয়া, বাহু ওফায়া, বায়ুৰ লন্ত প্রমাণ। "ৱ পাট ছােৰ ছিণ্ডি ঝটৰাই পৰে কতাে , গান। আনাে আনাে মত কন্ত সতত বায়ু সমে ক্রীড়া অতি। বেগে শাস্তু মত ধৰি যােগ যত আচৰও দিনে ৰাতি ।