সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যোড়শ অধ্যা। কৰিবলৈ যোৱা সঙ্কল্প এৰুৱাই তেওঁক বৈষ্ণৱধৰ্ম্মত শৰণ দিলে, "সমন্তে তীৰ্থৰ আশা এৰি সেহিক্ষণে। কৃষ্ণ অভয় পদে পশিল শৰণে॥ শঙ্কৰদেৱক গুৰু কৰিয়া নিশ্চয়। 'তান সঙ্গে আননে ৰহিলা মহাশয়। গয়াপাণি নাম ন দূৰ কৰিলন্ত। ৰামদাস নাম দেৱ শঙ্কৰে দিল॥” শঙ্কৰদেৱে দশম লেখিছে-“যাহৰ মুখত থাকে হৰি হেন নম। গঙ্গ’ ‘য়। কাশী পুষ্কতো নাহি কাম।” যদিও তীৰ্থ কৰা সম্পৰ্কে শঙ্কৰদেৱৰ তেনেকুৱা মত আছিল, তথাপি যি তীৰ্থ কৰিবলৈ যায তেওঁক তেওঁ নাপা নিদি- ছিল, বৰং নিজে ও দুবাৰ তীৰ্থ কৰিবলৈ ৈছিল। কাৰণ, সেইটো দেশাচাৰ; আৰু তীৰ্থ ভ্ৰমণ যে শিক্ষা আছে সেইটো তেওঁ নিজৰ জীৱনত ভালকৈ উপলব্ধি কৰিছিল। জাতিভেদ প্ৰথাত যদিও তেওঁৰ আসা নাছিল, অভকতী। * ওথ জাতৰ মানুহ তকৈ ভকতীয়া চণ্ডালকে। যদিও তেওঁ শ্ৰেষ্ট আসন দিছিল। তথাপি বিচক্ষণ

  • “জানিলে। ব্ৰাহ্মণ ন্ম, হইষেক নলাগে তাৰ যিটো কৃষকথাত ৰসিক।

যৈতে তৈতে হৌক ন্ম সি সি ' সপ্নোম যাৰ শ্ৰদ্ধা হৰি ভকতিত। জাতি কুলাচাৰ ধৰ্মে কোন কাৰ্য সাধিসেক, জান কোন কাৰ্যত শত। অন্যানী গতি পাপী, কৃষ্ণ কি মাত্ৰ, তাৰো হৈৰে পৰম মহত। ..কৃষ্ণৰ ভকতি আতি নচাবে আচাৰ ওাতি, গতৰ মহা হিতকৰ। যেন অমৃতক পাইলে, যেই সেই মতে খাইলে, সবে হোবে অজৰ অমৰ।”— শঙ্কৰদেবৰচিত দশম। t ‘নচাৱে আচাৰ ধৰ্ম্ম হৰিৰ ক্ষতি। হেন গানি কষ্ণৰ চৰণে দিয। মতি। ব্যাভিচাৰী দুষ্টা যত গোপৰ যুবতী। তথাপি কৃষক পাইলে প্ৰেম ভকতি। শুনিয়ো বৃত্তান্ত অভকত মনুষাৰ। ৰাজে গৰু মাংস চণ্ডালিনী সুৰা দিয়া।