সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যোড়শ আধ্যা নানা ভাবে বিবশ ভক্ত হৰ্ষ দৈন্য আছাড় খাইয়া পডি ভূমে গড়ি যায়। সুবৰ্ণ পৰ্বত যেন ভূমেতে ললাটায়। কভু স্তন্ত কভু প্ৰভু ভূমেতে পড়য। শুষ্ক কাষ্ঠ সম হস্ত পদ নাচলয়। ক ভূমি পডে কভু হয শ্বাসহীন। যাহা দেখি ভক্তগণেৰ হয় প্ৰাণ ক্ষীণ। কভু নেত্ৰে নাসাজল মুখে পড়ে নে। অ৭ ধাৰ। চন্দ্ৰবিৰে বহে যেন॥” এনেকুৱা অৱস্থা স ৰ্তিত চৈতন্যদেৱৰ সদায় শঙ্কৰদেৱেৰ সঙ্কীৰ্ত্তন প্ৰগাঢ় ভক্তিপূৰ্ণ অথচ উদ্দা নহয় এবাৰ ক দুবাৰ তেওঁৰ সঙ্কীৰ্ত্তনত তেওঁৰ ভকতসকলৰ তৰত এজন এজনৰ অতিৰিক্ত ভাব প্ৰবণতাত ক্ষণব লৰ নিমিতে জ্ঞানশূন্য হোৱা দেখা গৈছিল, কিন্তু তেওঁৰ নহয়। যেনে,—দিকে শঙ্কৰদেৱ সভাত আছ। মহাৰঙ্গে ৰামদা সে কীৰ্তন কৰম্ভ। অমৃত বৰিষে যেন শুনিয়া লোকৰ। প্ৰচৰিত্ৰ পদ ঘোষা কীত্তনৰ। অনিন্দৰ সীমা নাই প্ৰেম উপজি। কীৰ্ত্তন সুখ ম সবাৰো মজিল। ঘনে ঘনে আনন্দে কৰ হৰিধ্বনি। মাজনিশা সভা মাজে জলিল অশনি। দপদপ কৰি তাগ্নি জলস্তে অছিয়। ৰামদাস আতৈ প্ৰেমযুক্ত আতিশয়। শৰীৰত নাহি অনুসন্ধান তাহন। মুখে ‘ন্ত কীৰ্তন কৰন্ত মনে ধ্যান। যেন পাদক হস্তীদন্তে ভিড়িলেক। জলে বুৰাইলেক বেন সৰ্পে দংশিলেক। যেন মতে তা গাত খানি পুতিলেক। আৰো যেন মতে বিষ পান কইলেক। হাতে গলে বান্ধি অগনিত পেলাইলেক। কীৰ্ত্তন কৰন্তে এহি প্ৰস্তাবে প্ৰত্যেক। প্ৰেমে পৰশছে নাহি গাৱত চেতন। অগনিত গৈয়া পৰিলেক তেতিক্ষণ। তাতে পাৰি 'আনন্দতে পদক বেলন্ত। সমস্ত সমাজে হৰি হৰি উচ্চৰন্ত।