সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় আধ্যা। গল; ভেটি দি অধ্যাপকৰপৰা বিদায় লৈ উমলিবলৈ গৈছিল ; অধ্যাপকে সেই ৰূপ আৰু কাপােৰ খেৰতা বুঢ়ীআইক ওভােতই দিলত বুঢ়ীমাকে বুজ পাই শঙ্কৰক ডাবি দিলত হে সেই দিনাৰপৰা শঙ্কৰে ভালকৈ মন দি পঢ়িবলৈ ধৰিলে। চৰিত্ৰ-পুথিত লেখা আছে যে এদিন একাদশী তিথিত সকলে ছাতৰে পাঠ শেষ কৰি ঘৰঘৰি কিন্তু শঙ্কৰ পঢ়াশালিতে শুই থাকিল। তেওঁৰ শৰীৰত ৰদ পৰাত এটি সর্প হ ফণাৰে ছাঁ দি আছিল, এনেতে মহেন্দ্র কলি আহি দেখা পালত সাপটো গুচি গেল। সেই দিনৰপৰা কললিয়ে শঙ্কৰক শঙ্কৰদেৱ বুলিবলৈ ছাত্ৰসকলক আজ্ঞা শুনাই দিলে আৰু ফলে যে আজিৰপৰা শঙ্কৰে পঢ়াশালি মছিব নালাগে । এদিন ৰাৱাচাৰ্য্য পণ্ডিত পঢ়াশালিলৈ আহোঁতে ছাতৰবিলাকে তেওঁক এই বুলি গােচৰ দিলে যে সিহঁতৰ অধ্যাপক কলিয়ে, শূদিৰৰ লৰা শঙ্কৰক শঙ্কৰদেৱ বুলি মাতিবলৈ সিহঁতক আজ্ঞা দিছে, আৰু শৰুৰে পঢ়াশালি মাছিব নালাগে বুলি কৈছে। আচাৰ্যই এই কথা শুনি কলিৰ ওপৰত খং কৰিছিল। কিন্তু ৰাতি আচাৰ্যই তহ থাকোতে সমাজিক দণ্ড পাই পিছ দিনা শঙ্কৰদেৱৰ ওচৰত ক্ষমা প্রার্থনা কৰিছিল বুলি চৰিত্ৰ-পুথিত আছে। চোকা বুদ্ধি না শঙ্কৰে অতি অলপ কালৰ ভিতৰতে বিদ্যা শিক্ষা কৰি অনেক এ পঢ়ি বৰ পণ্ডিত হৈ পৰিছিল। অধ্যাপকে তেওঁক কোনাে পাঠ এবাৰ দেখুৱাই দিলে দুনাই আৰু তাক দেখুৱাব লগীয়া নহৈছিল। বিদ্যাৰ সােৱাদ পাই শঙ্কৰে দিনে ৰাতিয়ে শাস্ত্রচর্চা গলাপৰ বাহিৰে আন কথাত কালক্ষেপ নকৰিছিল। মহেন্দ্র নিয়ে শঙ্কৰৰ বুদ্ধিৰ প্ৰখৰত আৰু অনায়াসে শাস্ত্ৰ আয়ত্ব