সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ সতাস ঢুকুৱাৰ কথা পােৱ। যায়। বৰদোৱাৰ গুৰুচৰিত্র পৃথিত লেখা আছে যে শঙ্কৰদেৱে সুৰ্যাৱতীক বিবাহ কৰাৰ কিছু দিনৰ পিছত কুমুৰৰ মৃত্যু হয় ; আৰু তাৰ কিছু দিনৰ পিছত সত্যসন্ধাৰ মৃত্যু হয়। দৈত্যৰি ঠাকু খচিত পুথিত আছে, এ শৰ জন্মৰ কিছু দিনৰ পিছত কুমুৰৰ পৰলােক হয়, তেওঁৰ পত্নী সত্যসন্ধা সতী যায়। শঙ্কৰক তেওঁৰ বুঢ়ীমাক খেৰ- অতীয়ে তুলি-তালি ডাঙৰ কৰিছিল। “তাত পাছে যেন ভৈল তাক নিওক । কতে দিনে কুসুম গৈল পৰলােক। দেখিল ভাৰ্য্যায়ে তান মৰিলন্ত স্বামী। মনত হৰিযে তেহে গৈলা অনুগামী। কুমৰ মাতৃ শঙ্কৰ বুঢ়ী আই। তেহেঁ তুলিল বৰ ভৈলা দুয়াে ভাই। দৈত্যাৰি। আমি কিন্তু আমাৰ পিতৃদেবতা ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ মুখে শুনিছিলাে যে শঙ্কৰৰ অন্মৰ তিন দিনৰ ভিতৰতে শাক দুঙ্গাল, আৰু খেৰততী বুঢ়ীয়ে তেওঁক তুলিলি ডাঙৰ-দীঘল শঙ্কৰে নৰা কালত খুব উমলি ফুৰিছিল। দিনে ৰাতি তেওঁ মালি তিন কন কা নাছিল। বাম দিকে আদি কৰি লগৰীয়া লৰাবিলাকেৰে সৈতে তেওঁ বি খেলি কোটৰ খেলি টা খেতি কাৰু খেৰি ফুৰিছি।' কালি ব্ৰহ্মপুত্ৰ নৈত নাহুৰি ফুৰিছিল। হৰি এৰি কৰি ,