সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৪ শঙ্কৰদেৱ। হল, তাৰু আগৰেপৰা পৰৰ হিত চিন্তাত মন বিশেষকৈ আৰু সেই কাৰ্য্যত ব্ৰতী হল। পৰকালৰ সম্বল ধম্মচিন্তা হিন্দু প্ৰধান চিন্তা। নিজে ও ঈশ্বৰ চিন্তা ঈশ্বৰউপাসনাৰ দ্বাৰাই সংসা-সাগৰ পৰা হম, আৰু লোককো তৰিবৰ উপায় দিম, এই ভাবেৰে তনুপ্ৰাণিত হৈ শঙ্কৰদেৱে ধম্মপ্ৰচাৰত মনপ্ৰাণ সমৰ্পণ কৰিছিল। তেওঁ শিৰোমণি ভূঞা কুসুম্বৰৰ বৰ পুতেক, নিজেও শিৰোমণি ভূঞা। তেওঁৰ বিষয়বাসনা দাস-দাসী ঐশ্বৰ্য্য বিভূ৩ ৰজাৰ নিচিনা , ক্ষমতা অধিকাৰত তেও ৰজাৰ নিচিনা। এই সকলোবোৰ তেও তৃণবৎ পৰি ত্যাগ কৰি, ধৰ্ম্মচষ্টা তাৰু ঈশ্বৰ চিন্তাত নিজৰ সমপন কৰি দুখীয়া এৰাম, বলোৰাম, সধ্বজয় আতৈৰে সৈতে গীত পদ ভটিমা চপয় ‘ই হৰিকীৰ্তন কৰি কাল কটই নিজক ধন্য মানিছিল। তীৰ্থপয্যটন কৰিবলৈ যোৱাৰ তা য়ে যদিও তেও বিষ্ণুৰ অৱতাৰ ৰাম, কৃষ্ণ, জগন্নাথ আদিৰ উসক আছিল, তীৰ পৰা উভতি আহি তেওঁ ঘাহকৈ কৃষ্ণভক্তি প্ৰচাৰত মনোনিবেশ কৰিছিল। এই বাৰতে প্ৰথম বাৰ তেও ওপৰউপৰিকৈ দুবাৰ বৃন্দাবনলৈ গৈ প্ৰষ্ণ ভক্তিত অন্ত তানুৰক্ত হৈ পৰিছিল , আৰু বৃন্দাবনলৈ যোৱাৰ মানেও সিযেই। পিছ ৩ ভাগৱত শাস্ত্ৰবিহিত ভাগৱতী ধৰ্ম্ম, একমাত্ৰ কৃষ্ণৰ পূজা, সেৱা, ভক্তি, অৰ্চনা প্ৰচাৰ কৰিলে। “শ্ৰৱণ, কীৰ্তন, স্মৰণ, বিষ্ণুৰ আৰ্চন, পদসেৱন। দাস্য, সখিত্ব, বন্দ বিষ্ণুত কৰিব দেহ অৰ্পণ” এই নৱবিধ ভাগবতী ভক্তি প্ৰবৰ্তন কৰিলে। ভূয়াকলৰ ভিতৰত শক্তিপূজা প্ৰচলিত আছিল, শঙ্কৰদেৱ কিন্তু তীৰ্থলৈ