সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ শদে জোনাকীৰ প্ৰবন্ধত এই বংশাবলীৰ অলপ ৰচৰ আছে । গতিকে, তাক তলত দিলে;-“সুপন্থ গিৰী, কৃষ্ণদেৱ গিৰী, ৰামদেৱ গিৰী, হেমদেৱ গিৰী, গন্ধর্বদেৱ গিৰী, বৰ্ণ গিৰী হৰিবৰদেৱ গিৰী, কৃষ্ণকান্তি দেবী, লণ্ডাদেৱ গিৰী, চণ্ডীবৰ বা দেবীদাস, ৰাজধৰ। ৰাজধৰৰ চাৰি পুতেক -সূৰ্যবৰ, জয়ন্ত, মাধৱ আৰু হলায়ুধ। সূৰ্যবৰৰ পুতেক কুসুম গিৰী, কুসুমৰ পুতেক শঙ্কৰ, শঙ্কৰৰ তিনটি লৰা আৰু দুজনী ছােৱালী,বিষ্ণুপ্রিয়া, ৰামানন্দ, কমলােচন, হৰিচৰণ, আৰু ৰুক্মিণী। ৰামানন্দৰ পুতেক পুৰুষােত্তম। জয়ন্তৰ পুতেক শােনল, তেওঁৰ পুতেক ৰামৰায় বা জগদানন্দ। মাধৱৰ পুতেক হাতীদলৈ, তেওঁৰ পুতেক ৰতিকান্ত। হলায়ুধ নিঃসন্তান। মুনকুলচন্দ্ৰ ভূঞাই “ৰাৰভূঞা” বুলি এখন কিতাপ লেখিতে। তেওঁ ১৮৫ শ ফাগুণৰ বাহীত লেখিছে-“অসমত বাৰভূঞা বুলিলে যিটো জাতিক বুজায় লিখকৰ “ৰাৰভূঞাই” সেই “বাৰভূয়া"। এওঁবিলাকেই লক্ষী পুৰ, ৰত্নপুৰ, কলংপুৰ, গহপুৰ, নাৰায়ণপুৰ, এই পাঁচপুৰত ৰাজত্ব কৰা বাৰভূঞা, এই বাৰভূঞাৰ পূৰ্বপুৰুষ অসমৰ আদি মানুহ বা অতি দিতে অ যে নিই ধুপ। আৰিমত্ত ৰজাৰ ৰাজত্বৰ পাছত জামেৰ হাতত পৰাতি নােহাৱালৈকে উত্তৰ পাৰে এই ৰাৰভূঞাসকলেই ঘাই ৰাতি আছিল। গোৰৰপৰা মতাপুৰৰ ৰাই সাথৰ ক আৰু সাৰ ব্ৰাহ্মণ আনে। তেওফিক কমপুৰৰ ৰজাই মিদাৰি দি ভূঞা উপাধি বি।ে এওঁবিলাক অসমৰ বিখ্যাত “ৰভূঞাৰ লগত ধৰিব নােৱাৰি। প্ৰীশঙ্কৰদেৱ কমতাপুৰৰ ৰজাই পতা ভূঞাৰহে সন্ততি ছিল, ৰাজত্ব কৰা ৰাৰভূঞাৰ সন্ততি নহয়। ৰাৰ কোনাে ৰজাই ভূঞা পতা মৰি, তেওঁবিলাকে নিজ ভুজৰলেৰে যাৰ । ভূঞ নামে অভিহিত হৈছিল। “বাৰভূঞা” আৰু “মপুৰৰ ফুৰ ভিতৰত