সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৮ পোৱা হৈছে। এই শকটো মিষ্টৰ গেইটে তেওঁৰ আসাম বুৰ- ঞ্জীত দিয়া শকটোৰে সৈতে মিলে; যদি ও তেওঁ তাত সন্দেহ প্ৰকাশ কৰিছে।* দৈত্যাৰি ঠাকুৰে কৰা শঙ্কৰদেৱৰ জীবন চৰিত্ৰ পুথিত শঙ্কৰদেৱৰ জন্ম শকৰ উল্লেখ নাই; মাথোন মৃত্যুৰ শকৰ হে উল্লেখ আছে ,। এই শক মিষ্টৰ গেইটে দিয়া শকেৰে সৈতে মিলে। “বাহীত” প্ৰকাশ কৰা গুৰুচৰিত্ৰৰ শক অবিশ্বাস কৰিবৰ বিশেষ কাৰণ আমি দেখা নাই। প্ৰথমত, সি মিষ্টব "ইটে দিযা কেৰে সৈতে মিলিছে। দ্বিতীয়ত, এই পুথিখন শঙ্কৰদেৱৰ অ'দি স্থান বৰদোৱা ১ত্ৰত অতি যত্নেৰে ৰক্ষিত , তাত লিখা তান কোনো কোনে" ‘বষয়ত সন্দেহ কৰিলে ৪ জন্ম-তাৰিখটোত নকৰাই উচিত , কাৰণ, বৰদোৱাই তেওঁৰ জন্য স্থান। বৰদোৱাৰ এই গদ্য গুৰু বি এ পুথি ৩ লেখা আছে যে “এই সময়ত, তমৰ ৰজা চুচেনা নাজ সিহাসনত আছিল তেওঁৰ নাম হোৱা নাছিল; হেম নামেই প্ৰচলিত আছিল চুচোৰ ৰাজত্বৰ কাল ১৪৩৯-১৪৮৮ খৃষ্টাব্দ শঙ্কৰদেৱৰ যেতিযা জন্ম হয় (১৪৬৯ খৃষ্টাব্দ) তেতিয়া চুচেন। আসাম ৰাজপাটত দহবছৰীয়া। শকটো শঙ্কৰদেৱৰ

৩৭ “He is said to have been born in 1449 and to have died in 1569. The latter date is probably correct, so the former must be about thirty or forty years too early." "A History of Assam," by Gait । “চৌধৰ নব্বৈ শত নিত শঙ্কৰ বৈকুণ্ঠে গৈল।"-দৈত্যাৰি।