সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম আধ্যা। ১৩১ লল। ঘাৰ ৰিঙ্গ দিয়া দিগগজক পোঞ্চ মাৰি। ওপৰক তুলি নচুৱান্ত ত্ৰিপুৰাৰি। ৰুধিৰে দিগিধ দেহা কৰি ঘোৰ ধ্বনি। তিনি গোটা চক্ষু যেন জ্বলন্ত অগনি। জে বোৰ আটাস নিঘাত যেন পৰে। স্বৰ্গ মৰ্ত্য পতি" একত্ৰ হুয়া লৰে। জগত সহাৰে হৰে পৰম বিক্ৰম। অমুককে অঙ্গক যমকে। মহা এম।' সাধাৰণত সদাশিৱৰ চিএ,—স্বীকাত অধ। ধৱল কলেৰৰ প্ৰকাশস্তে আছে পঞ্চ বদন সুন্দৰ। পত? fণতয় লোন

  1. চিকৰ জ্বলে সুবলিত মহাবাহু যে ৰাতুল। •না অস্ত্ৰ আছে।

•ত ডম্বৰু ত্ৰিশূল। কটিত বাল ছাল গা মুণ্ডমালা। • এটা আনি জ্বলে চন্দ্ৰকলা। বিকট পঙ্গ। জট ডট জ্বলে সৰ্বাঙ্গত শোভ ৰ্প জগতৰ নাথে॥ ডুবু ডুবু ডম্বৰু ( ৰৈ সৰ্ব্বক্ষণ। হয়ে ‘ধয়ান্ত সদশিৰে নিৰঞ্জন।” ব্ৰহ্মাৰ চিত্ৰপট—“ৰজোগুণ এহ্ম। ভৈলা যিটে সৃষ্টিকৰ। সুবৰ্ণ Pঙ্গ যেন জ্বলে কলৰ উৰুত উত্ত” নৱ গুণে শশাভে তে। কৰে কম গুলু জাপমাল আউৰ হাতে। হৃদযত ধিয়ান্ত সক অবিচ্ছেদ। মুখে উচ্চাৰস্ত উচ্চ কৰি চাৰি বেদ। ভাল ভাবে পাছে সৃষ্টি কৰে।” বিষ্ণুৰ পট --“সত্বগুণে তৈলা বিষ্ণুৰূপে ৰুচিকৰ নীল উতপল সম শ্যাম কলেৱৰ। শশাতে পীত বস্ত্ৰ যেন মেঘত বিজুলী। চাৰি হস্ত চাৰি অন্ত্ৰ ধৰি আছে তুলি। ঈষত হসিত মুখ শ্যাম পদ্মকোষ। নয়ন-পঙ্কজ অতি দেখন্তে সন্তোষ। কিৰীটি কুণ্ডলে আতি কৰে জাতিষ্কাৰ। জ্বলে হৃদয়ত মণিময় হেম trefi আছত