সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম অধ্যা। ১০৩ ৰাণীৰ শোক দেখি তেওঁৰ দাসী আৰু অন্তোপুৰৰ আন আন নাৰীসকলে তেওঁক বুজালে যে ৰুক্মি সচাকৈয়ে মৰিলে নে নাই এই বাতৰিটোকে আগেয়ে ভালকৈ জানি লোৱা; আমি শুনিছো, কম্নি মৰা নাই। এই বুজনি শুনি শশীপ্ৰভাই অলপ উশাহ পাই তেওঁলোকক উত্তৰ দিলে “তোমাসাৰ বাক্য সিদ্ধি হোক। মোৰ দুই পুত্ৰ জীয়, হোক আজি ৰঞ্জীৱ, 'আমাৰ পাক হৃদিতাপ।” এই বুলি তেওঁ অলপ আশ্বস্ত হৈ যুদ্ধ- ক্ষেত্ৰলৈ লৰি গল। যুদ্ধক্ষেত্ৰত যেতিয়া মৰভেশ যুৰি থকা পুতে- কক মাকে দেখিলে তেতিয়া পুতেক মৰা নাই বুলি তেওঁ সাৰথিৰ পৰা শুনি পুতেকক বুজনি দি মাতিলে- “উঠ উঠ বাপু তই লাজ পৰিহৰি। তোহোৰ সন্তাপে ক্ষণেকতে যাওঁ মৰি। নখণ্ডয মোৰ হৃদয়ৰ গুল গুলি। এভো মোক ‘কসক নামাত মুণ্ড তুলি। কতনো বুজাইলে। মুশুনিলি হাক ডাক। লোহোৰ আগত নপাইলোঁহো মৰিবাক। জমায়েৰে লোহোৰ যুজিবে কিয় লাগে। এৰাইলি প্ৰমাদ আজি কত পুণ্যভাগে।” জীয়েকৰ বিয়ালৈ দ্বাৰকালৈ গৈ শশীপ্ৰভাই দৈবকীৰে সৈতে কেনে বিনয়ী-মেল আৰু আত্মীযতা পাতিলে চোৱ।- “অন্তেসপুৰত শশীপ্ৰভা পয়োসাৰ। বিহানীক দেখিয়া দৈৱকী গাৱ চালি। অনেক সাদৰে ধৰিলন্ত আঙ্কোৱালি। মহাদৈও দৈবকীক সাবটিলা ৰঙ্গে। দুয়োজনে আসনে বসিয়া একসঙ্গে। মায়ক দেখিয়া ৰুক্মিণীৰ ৰঙ্গ চিত্ত। উৰুক মুৰুক কৰি গৈলা সন্নিহিত। শাশুক প্ৰণামি পাছে নমিলা মাতৃক। মহাদৈও গলে বান্ধি ধৰি ৰুক্মিণীক। মোহোৰ কেশৰ আয়ু লৈয়া তুমি জীয়॥ দেখিবাৰ