সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আত্মজীৱনী লাল-বন্দিৰ খাজানা তহচীলৰ ভাৰ পাই বিষয়া সকলক খাজানাৰ ' জন্যে শাস্তি কৰি ধৰি অনেক দুৰ্গতি কৰিব ধৰিলে। এবং পুৰন্দৰ ৰাজা ও তেহোৰ ৰাণীসকল, আৰো তৎপুত্ৰ চাৰিঙ্গ ৰাজা ও তেওঁৰ ভাৰ্য্যাসকল ও চেৰাস্তাদাৰসকল ভেঁটা খাই বিষয়াদি ভঙ্গা-পতাৰ অত্যন্ত প্ৰৱল হ'ল ॥ ৪৭ ॥ **** ইংৰাজৰ পট্টাজাৰি নিম্নম তদপৰ ১৭৫৮ শক ও ১২৪৩ সন ও ১৮৩৬/৩৭ সন ইংরেজী প্রবেশ হল। এই সনেও জিনকিঞ্চন কমিচনৰ ও বগল সাহেব কালেক্টৰ আছিল । খেৰাজী মাটী ১ পুৰাত ॥ আঠ আনা, লাখৰাজৰ পুৰাত • অনা নিৰিখ কৰি ফৰকাবাদী টাকাৰ ১৪/০ আনা কমিচন মান াটি বাদ দি, তিনি কিস্তি কৰি বন্দবস্ত, মোৰ নামে, একসনা চাদে বন্দবস্ত কৰিলে । বৰি বস্তিত খাজানা নাই কিন্তু ধৰিকা- টানা বুলি উত্তম চক্কত ৩ টাকা, মধ্যম লোকৰ চৰত ২ টকা, সামান্যত ১ টাকা, গোলাম বন্ধাত | অনা লগালে ॥ ৪৮ ॥ লাল-বন্দীৰ বিষয়াৰ শান্তি Fatafa বন্দবস্ত মঞি পৰগণ! হাজো পৰগণ৷ আমাৰ নামে বন্দবস্ত কিন্তু আমাৰ জেষ্ট জনাই সকল কৰ্ম্ম কৰিছিল। আমি কালেক্টৰিত নকল-নবীচী কৰ্ম্ম কৰি আছিলো । পৰগণ৷ দেখিবৰ মোৰ জেষ্টৰ আগত কোৱাতে, অথচ পৰগণা দেখিবৰ মোৰ বৰ উৎসাহ হোৱাতে, জষ্টক আগত কোৱাতে, আহ্লাদিত হৈ যাবৰ অনুমতি চাবলৈ দিয়াতে, কেবৱাৰী মাহে এক মাসেৰ ছুটী লৈ যাই, আমাৰ কহিত নকুচি গ্রামৰ কানুৰাম শৰ্ম্মা বৰদেওৰীৰ ঘৰতে মাছিলোঁ ৷ এনেতে ফাগুন মাহে ৰাত্ৰি দ্ৰেশ্বৰ সাকিনে ৰ পোৰা খবৰ পাই, লোকজনত কৈ কিছো তাম-পিতল সংগ্রহ বৰ্বক লৈ শীঘ্ৰে ঘৰে অহা হ'ল। অন্যধানে যোৱা নহল । যোৱা ৰুদ্ৰেশ্বৰে ঘৰপোৰা