2// দ্বিতীয় খণ্ড (১৭৯৫ – ১৮১১ শক ) চীক কমিচনৰ শাসনত অসম প্রথম অধ্যায় শ্রীশ্রীকিটিং চী, কমিচনৰ (Col. R. H. Keatinge v.c.; OB.I.) ১২. সঙ্গ । ১৮৭৩-৭৪ ইং । ক- ১৭৯ শ বিষয়াসকল – পৰগগা বন্দবস্তু— শ্ৰীৰত্নৰ বিবাহৰ উচ্চোগ—অন্যান্য । দ্বিতীয় ভাৰ্য্যা ১৮১-১৮৭ ১৮৭৪-৭৫ ইং। -- ১৭১৬ শক। ১২৮১ সন। বিষয়াসকল – পৰগণা বন্দবস্ত - শ্বিলঙত চীফ কমিচনৰ থাকা শ্ৰীৰভুৰ দ্বিতীয় ভার্যা বিবাহ— আমাৰ দ্ৰুত “গীতা”- গ্রন্থ— তীর্থ যাত্রা - অন্যান্য । গ— ১৭১৭ শক । ১২৮২ সন । ১৮৭৫-৭৬ ইং । বিষয়াসকল—পগণা বন্দবস্ত - শ্রী শ্রী টেম্পল লেফটেনান্ট, গৱৰ্ণৰ আহা—শ্রীশ্রীমহাৰাণী ভিক্টোৰীয়াৰ পুত্ৰ কলিকাতা আহ! - বিশ্বেশ্বৰ গোস্বামীৰ অপমৃত্যু—শ্ৰীৰত্বৰ শাস্তি বিবাহ-- অন্যান্য । প্রথম অধ্যায় ( ক্রমশঃ ) ধ-১৭৯৮ শঙ্ক । ১২৮৩ সন । ১৮৭৬-৭৭ ইং । বিষয়াসকল পৰগণ। বন্দবস্ত — নগাঞে ৰঙনা লোৱা—গঙ্গাতীৰৰ আখৰা — শ্ৰীৰত্বৰ শাস্তি বিবাহৰ খবৰ জুডিচীন কমিচনৰ গুচি জজ খেতাপ হোৱা—শাগুৰীৰ মৃত্যু-ৰাধাকান্ত মুন্চুকৰ মৃত্যু—মাতৃৰ পৰলোক প্রাপ্তি ঐৰত্বৰ গুণ-গ্রীগৌৰীকান্ত ও প্রচন্দ্রকান্তক দিয়া টাকা- ०- ०
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৪১
অৱয়ব