2/0 তৃতীয় অধ্যায় চিপাহী বিদ্রোহাদি ক—শক ১৭१। ১২৬৩ সন । ১৮৫৬-৫৭ ইং । ৰাণী পদ্মৰেখা ও কমিচনৰৰ মেমৰ সংবাদ — চিপাহী বিদ্রোহত মণিৰাম আদি—মঞি আলি ও পুল তৈয়াৰ কৰা । খ—শক ১৭१। ১২৬৪ সন । ১৮৫৭-৪৮ ইং । পৰগণা পেয়াল ও বন্দবস্ত - ধনকান্ত যুবৰাজক যুক্তি দিয়া— যুবৰাজৰ হকে কমিচনৰ সাহেব ও যেমক কোৱা ৰাণী পদ্মৰেখা ও ঘনকান্ত যুবৰাজ সংবাদ-- যুবৰাজৰ আমালৈ বিশ্বাস ও মৰম---ঘনকান্ত যুবৰাজৰ অস্তিম কাল—যুবৰাজ স্বৰ্গী হোৱা—মোৰ প্ৰতি কমিচনৰ সাহেবৰ কু-নজৰ নিবাৰণ —ৰাণী পদ্মৰেখাই পেনচিন্ পোৱা – কেশৱকান্তই যুবৰাজ খেতাপ পোৱাৰৌলট্ সাহেব, কমিচনৰৰ প্ৰিয়পাত্র হোজা । চতুর্থ অধ্যায় ইংলণ্ডেশ্বৰী মহাৰাণীৰ ভাৰতৰ ৰাজ্যভাৰ গ্ৰহণ ক—- ১৭৮০ শক । ১২৬৪ সন । ১৮৫৮-৭৯ ইং । বিষয়াসকল – পৰগণা বন্দবস্ত — মঞি মুনচুফ মহাৰাণীৰ ৰাজ্যভাৰ গ্ৰহণ। 341300 হোৱা ১২১-- 12 খ- ১৭৮১ শক । ১২৬৬ সন । ১৮৫৯-৬০ ইং । বিষয়া সকল—পৰগণা বন্দবস্ত - মঞি পুনঃ চেৰস্তাদাৰ— ধৰুৱা খবৰ । গ—– ১৭৮২ শঙ্ক । ১২৬ সন । ১৮৬০-৬১ ইং। বিষয়াসকল—পৰগণ! বঙ্গবন্ত— মঞি ডেপুটী কালেক্টৰ হোৱা—অন্তান্ত কথা— মহামাৰী — কাম নকৰা আচিচৰ—
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৩৮
অৱয়ব