সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মজীৱনী লিখক সোণামুৱাৰ সদৰামীন ৺হৰকান্ত শৰ্ম্মা মজুন্দাৰ বৰুৱা গুৰি-গছ :- যি সকল বিধান আৰু গুণীলোক, সঞ্চয়লৈ আহি অসমকে মাতৃবাধে, হাছে- মিজুৱে অসমীয়া হৈছিল, স্বর্গীয় হৰকান্ত শৰ্ম্মা মজুদাৰ বৰুৱাৰ পূৰ্ব্বপুৰুষসকল তেনে লোকসকলৰ ভিতৰত পৰে। বংশাৱী মতে কনৌজপুৰৰ চাৰিজনা সিদ্ধপুৰুষৰ নন্দনাথ পাণ্ডে নামৰ এজন ব্ৰাহ্মণে, গঙ্গাৰ উত্তৰ পাৰে ‘ছবিপ্রিয়া' বোলা গাওঁখন লক্ষ্ণৌৰ নৱাবৰ পৰা 'ইজাৰা' লৈ, বংশ-পৰিয়াল সমধিতে ভাতে বাস কৰি আছিল । কালক্রমে, নন্দনাথৰ পুত্ৰ হৰিকান্ত, হৰিকান্তৰ পুত্ৰ গঙ্গাধৰ গঙ্গাধৰৰ পুত্ৰ চক্ৰবৰ আৰু চক্ৰধৰৰ পৰা সঞ্জীৰৰ জন্ম হৈছিল । মঞ্জীৰ পুত্র नঙ্গীনাথে নয়াবৰ পৰা পাণ্ডিত্য গুণত 'মহাৰাজ' উপাধি পাইছিল। নদী মহাৰাজৰ পুত্ৰ ৰামানন্দ ৰামানন্দৰ পুত্ৰ দয়াশীল পণ্ডিত, ব্যাকৰণ প্রতিত বিদগ্ধ পণ্ডিত আৰু ভূত-ভবিষ্যত-বর্তমান কব পৰা বিখ্যাত জ্যোতিষী বুলি প্ৰখ্যাত হৈছিল । ১৪৩০ শকত দিহিঙ্গীয়া কোৱৰ গঙ্গাস্নানলৈ যোৱাত দয়াশীস পণ্ডিতক লগ পায়, আৰু পণ্ডিতজনাৰ গুণ ত আকষ্ট হৈ অনুৰোধ কৰি, সপৰিয়ালে সৌমাৰ দেশলৈ আনি স্বৰ্গদেউ দিহিঙ্গীয়া ৰক্ষাক ভেট কৰায় । স্বৰ্গদেৱে দয়াশীল পণ্ডিতক, স্বর্গীয়াবৰত মাটি- বৃত্তি পি, সংস্কৃত, জ্যোতিষ, নাগেৰী শিকাবলৈ, টোল পাতি দিয়ে। শকত পিতৃৰ মৃত্যুৰ পিছত দয়াীপৰ পুত্ৰ সূৰ্য্যবৰে পিতৃৰ টোলতে অধ্যাপনা কৰি আছিল। এনেতে ১৪৮৫ শকত কোছাৰ বীৰ চিলাৰায় বা শুষ্কৰ হাতত স্বৰ্গদেউ চুষামূপখা খুঁজত হাৰি পলাই যায় । তৰাম বৰগোঁহাই সেই সমস্ত কলীয়াৰ চকী দি चছিল । উজানৰ বা ৰাগুৰি নেপাই, সূৰ্য্যবৰ পণ্ডিতক মতাই জানি “বাপু তোমাৰ জ্যোতিবে কি কয় ?” বুলি সোধাত সূৰ্য্যৰৰে, ভূত-ভবিষ্যত-বর্তমান কয় বুলি কলে । ৰজাৰ খবৰ সোধাত হৰ্য্যৰৰে জ্যোতিৰ গণানামতে কলে - "শত্ৰুৰ হাতত ৰাজাৰ পৰাজ আৰু স্থান गान বৰ্তমান ৰাজ্য ভগ্ন হৈ পূৰ্ব্বদিশে পৰ্ব্বত আৰোহণ কৰিছে। পত্ৰুৱে ৰাজ্য