সদৰামীনৰ আত্মজীৱনী মিল সাহেব আহি মোত, যি যি ৰকম কথা সুধিলে, তদুত্তৰে " বিষয়ৰ উত্তৰ দিলোঁ । এবং দিন দিন ঘনকান্ত যুবৰাজ বৰ সন্তোষ ও প্রীত হ'ল । ও একদিন মোক মাতি নি `ন্দ হৃদয়ে সোধাত সকলো কলোঁ। অতি যশস্বিন কথা শুনি সহিত মোৰ প্ৰতি, বৰ প্রীতি হ'ল । এবং দুর্গোৎসবাদিত লাদি মতাত নাহে। যুক্তি সোধাত বিশেষ যুক্তি দিলোঁ, ৎ তেওঁ যিমতে বহে, বহোক। ৰঞ্চী, নগাঢাৰি দিব দিলোঁ। ধৰিলে ৷৷ ২৬৬ ৷ অন্যসকলক দলিচা ও ঠঙ্গা, সেইমত দিয়াতে সকল ১৫। মঞ্জীৰাৰ বিবাহ। মণিৰাম দেৱানৰ কথা । ১৭৭৬ শক, ১২৬১ সন, ১৮৫৪৷৫৫ ইংৰেজী। ঘনকা ৰাজাক উপদেশ এই সনেও জিনকিঞ্চন কমিচনৰ ও মিথি সাহেব ডিপুটী চিনৰ অথচ জুডিচীল কমিচনৰ ও ৰৌলট্ সাহেব ডিপুটী আমি । চনৰ। আমি চেৰস্তাদাৰ আছিলোঁ ॥ ২৬৭ ॥ এইসনে ৰৌলট্ ডিপুটী কমিচনৰ সাহেব, গত সনৰ নিৰিব । ৰুপিত ফি পুৰা ১৷৷০ টাকা, বাওতলী ও ফৰিঙ্গতি, বৰি, তে ১২ এক এক টকা, লাখৰাজ তদৰ্দ্ধমতে, ৩৷৪৷৫৷১০ সনা দে চৌধাৰী সকলৰ সহিত বন্দবস্ত কৰিলে । এবং হাঙ্গো "শাও গৌৰীকান্ত সহিত বন্দবস্ত হ'ল। আমাৰ চুক্তি মতে ধীয়াহঁতৰ দ্বাৰা খাজানা তহচীল কৰি মোৰ পাশ পঠায় ৷ সৰকাৰে দাখিল কৰো। আখেৰিতে যি বাকী পৰে, য়া, তেতেলীয়া প্রভিতি হাজোৰ পৰগণাৰ মাটিৰ থাজানা ৪০০ শও দৰমহাৰ পৰা মঞি দি লেঠা মাৰোঁ ৷৷ ২৬৮ ৷৷ নগাঞব সোমদত্ত সদৰামীনে তৎপুত্ৰ মহীধৰৰ কাৰণ থাক ধৰিছিল । আমাৰ দিবৰ সন্মত নাছিল । এনেতে [দত্ত সদৰামীন নগাঞে কৌত হোৱাতে দেৱৰৰ বৰদলৈ, চেৰস্তাদাৰ জমি বন্দৰত
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৩৩
অৱয়ব