সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আত্মজীৱনী সত্র সত্ৰ আছিল। কৃষ্ণৰাম বৰুৱা ফৌজদাৰী চেৰেস্তাদাৰ, সেই তন্ত্রশঙ্কৰ সত্ৰখনি লাপাক্ কৰি নামজাৰি কৰি ললে। এবং বৈণী দুইজনাক লৈ খাত ও ঘোড়ামাৰা ভ্ৰমণ কৰিবগৈ । শেষে তন্ত্রশঙ্কৰাত থাকি আগৰ মূৰ্ত্তি, ভাগৱত গুচাই নতুন কৰি দিলে; এহাতে লোকজন বৰ বেয়া পালে । ও তেওঁ মেধি হৈ খুটাত তোলী-তলচা বৰ গাৰু লৈ বহিছিল। তাৰপৰা চৈত্ৰমাহৰ আখেৰি দুইজনা ঘৈণী সহিত আপন ঘৰে আহি জ্বৰ বেমাৰ পৰিল ৷ ১৯০ || ১০। হাজোৰ সেৱাচলোৱা আৰু দলৈৰ মধ্যে বিৰোধ । ১১৭১ শক, ১২৫৬ সন, ১৮৪৯ ৫০ ইংৰেঞ্জী । এই সনেও জিকিঞ্চন কমিচনৰ ও মিথি সাহেব ডিপুটী কমিচনৰ সাহেব ও ডালটীন সাহেব কালেক্টৰ ৷ ১৯১ ৷৷ এওঁ কালেক্টৰ সাহেব গত সনৰ নিমিতে পৰগণা সকল ৩৫ সনা ম্যাদে বন্দবস্ত কৰিলে । কৰি কাগজ দাখিল কৰাতে ৩ ও হাজো পৰণাও পেয়াল সনা ম্যাদে বন্দবস্ত কৰিলে । ও মোৰ দিহা-যুক্তি মতে ওৱাচিল(১) তহচীল (2) ও সৰকাৰৰ লেঠা মাৰি আছিলোঁ ৷৷ ১৯২ ৷৷৷ এই সনৰ বৈশাগ মাহে কৃষ্ণৰাম ফৌজদাৰীৰ চেৰেন্তাদাৰ বেমাৰ পৰি থাকাতে ভেদবমি হল। এবং টান হোৱাত ডালটীন সাহেব কালেক্টৰ আহি ঔষধ খোৱাইছিল; ভাল নহল, হ'ল । আমি, অথচ মঞি নগলো ৷ ১৯৩ ৷৷ কৌত মাধব দেবালয়ৰ কামুৰাম দলৈ ফৌত্‌ হোৱাতে গৌৰীকান্তকে সাজ ৱাল(৩) মকৰৰ কৰিছিল। সেহেতু, সকল ৰায়ত ও বিষয়া টোকা— (১) ওয়াচিল আদায়, প্রাপ্ত । (২) তহচীন - আদায় করা, সাধি অনা (খাজানা ) । (৩) সাজ ৱাল দেৱালয়ৰ ভোগ আদিৰ বাবে বিষয় । পৰগণা বন্দবস্ত কৃষ্ণৰাম 23 বৰুৱা কৌত