|
প্ৰকাশিত গ্ৰন্থঃ
- (ক) তৰোৱালৰ ধাৰ—দুটা সংস্কৰণ) চুটিগল্প সংকলন, কৌস্তুভ ডিব্ৰুগড়
- (খ) জেংৰাইত এৰাতি—চুটি গল্প সংকলন, কৌস্তুভ ডিব্ৰুগড়।
- (গ) প্ৰতিপদত জোনৰ পোহৰ—চুটি গল্প সংকলন, অনুৰাগ গোষ্ঠী ডিব্ৰুগড়।
- (ঘ) তুমি আঘোণৰ সোণোৱালী পথাৰ—কাব্য সংকলন, শব্দ প্ৰকাশন, যোৰহাট।
- (ঙ) ভাৰতীয় ভাষাৰ একুৰি নিৰ্বাচিত চুটি গল্প (অনুবাদ), ষ্টুডেন্ট্ছ ষ্টৰ্ছ, গুৱাহাটী।
- (চ) দৌলতী, অনুবাদ উপন্যাস (মূল মহাশ্বেতা দেৱী, হিন্দী), কিৰণ প্ৰকাশন, ধেমাজি।
- (ছ) চাৰিখন উপন্যাস (জনমভূমি আলোচনীত)
- (জ) অনুবাদ উপন্যাস 'উৰন্ত চিলা', 'দুৰন্ত কিশোৰ’ (সাপ্তাহিক জনমভূমিত, ৬৫টা খণ্ডত), মূলঃ (খালিদ হুছেইনি, ইংৰাজী, আফগানিস্তান।)
- (ঝ) এমুঠি বনকৰা কিংখাপ কবিতা— কাব্য সংকলন, কৌস্তুভ, ডিব্ৰুগড়।
- (ঞ) মইনাহঁতলৈ মজা মজা সাধুকথা—শিশু সাহিত্য, কৌস্তুভ, ডিব্ৰুগড়।
অনাতাঁৰ নাটকঃ ডিব্ৰুগড় কেন্দ্ৰ
- (ক) মুক্তিঃ ২০০৫ চন (কেন্দ্ৰটোৰ সৰ্বকালৰ শ্ৰেষ্ঠ ১০ খনৰ এখন)
- (খ) উঁই চিৰিঙাৰ পাখিঃ ২০০৬ চন।
|