পৃষ্ঠা:New Testament in Assamese.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ অধি]। ৩৫ ৩ সিবিলাকক অনি ঠাইলৈ জো অ। দেখিলে, তাৰু অনেকে তেওক চিনি পাই, আটাই নগৰৰ পৰা বামেদি লৰি গৈ সিবিলাকৰ ত্যাগ হৈ তেঁওৰ ওচৰ পালে। ৩৪ তেতিয়া য়ি এ বাহিৰলৈ গৈ বহু মানুহ (দখি সিহঁতলৈ মৰম লাগিল, কিয়নো সিবিলাক ৰখিয়া নথকা মেৰ নিচিনা হৈচিল; আৰু তেঁও সিবিলাকক অনেক উপদেস দিবলৈ ধৰিলে। পাচে দিনৰ সেস হলত সিস্যবিলাক তেঁওৰ ওচৰলৈ আহি কলে, এই 'নিৰ্জন ঠাই, দিনৰে৷ সেস হল, আৰু মানুহবিলাকৰ খাবলৈ একো নাই; ৩৬ এই হেতুকে চাৰিও ফালে চহৰ আৰু গাঁৱলৈ গৈ তাপোনালে খোঅ বস্তু কিনিবৰ নিমিতে সিহঁতক বিদাই দিয়ক। ৩৭ তেঁও সিবিলাকক উতৰ কৰিলে, তোমোলাকেই সিহঁতক খাবলৈ দিয়া। তাতে সিবিলাকে তেঁওত কলে, অমি গৈ দুস সিকিৰ পিঠা কিনি আনি সিহঁতক খুঅমি নে? ৩৮ তেতিয়া তেঁও সিবিলাকত কলে, তোমোলাকৰ লগত কেইটামান পিঠা অচে, তাক চোঅগৈ। সিবিলাকে জানি তেঁওত কলে, পাঁচোট। পিঠা আৰু দুটা মাচ অচে। ৩৯ তেতিয়া তেঁও কেঁচা ঘাঁহৰ ওপৰত সাৰি সাৰিকৈ মানুহবোৰক বহু আৰলৈ অগ্য কৰিলে। ৪০ তাতে সিহঁতে এসকে অহৈ কুৰিকৈ জুম পাতি পাতি বহিল। ৪১ তেতিয়া তেও সেই পাঁচোট। পিঠা দুটা মচি লৈ স্বৰগলৈ চাই অসিবাদ কৰিলে; পীচে পিঠা ভাঙ্গি মানুহ- বোৰক দিবৰ নিমিতে সিস্যবিলাকক দিলে; আৰু দুটা মাচকো সকলোৰে মাজত বাটি দিলে। ৪২ তাতে সকলোএ খাই ত্ৰিপ্তি পালে; ৪৩ পাচে অৱসেস পিঠাৰে মাচেৰে বাৰেটা পাচি ভৰাই আনিলে। ৪৪ সেই পিঠা খোঅ মানুহ পাঁচ হেজাৰ মান হৈচিল। ৪৫ তেতিয়া তেও মানুহ জুমক বিদই দিয়ে মানে সিস্যবিলাকক তেঁওৰ অগেয়ে নাৱত উঠি সিপাৰৰ বিচদা নগৰলৈ জাবলৈ আগ1 দিলে। ৪৬ তীতে সকলোকে বিদাই দি, প্ৰাৰ্থনা কৰাৰ নিমিতে তেঁও পৰ্বত ওপৰলৈ গল। ৪৭ পাচে গধুলি হল ত নাও সাগৰৰ মাজত অচিলে, কিন্তু তেঁও অকলেই বমিত থাকিল। ৮৮ সেই সময়ত সমুখে বতাহ হোআত সিস্যবিলাকে নাও বাই বাই সুম পোকা দেখি, তেঁও, নিসৰি চতুৰ্থ পৰ মানত সাগৰৰ ওপৰেদি খোজ কাহি সিবিলাকৰ ওচৰলৈ আহি, সিবি- লাকৰ অগি হৈ জোআৰ দৰে জীবলৈ ধৰিলে। ৪ ১ কিন্তু সাগৰৰ ওপৰত তেঁওক খোজ কাহিবৰ দেখি, সিবিলাকে ভুত জেন ভাবি এটাহ পাৰিলে; কিয়নো তেঁওক দেখি সকলোৰে উগুল থুগুল লাগিল। তেতিয়া য়িচুএ সিবিলাকে সৈতে কথা হৈ বুলিলে, থিৰ হোআ, মইহে, ভই নকৰিব॥ ৫১ পীচে তেঁও নাৱত উঠিলত বতাহ গচিল। তাতে সিবিলাকে মনতে অতিসয় বিস্মই হৈ আচৰিত মানিলে; ৫২ কিয়নো সিবিলাকৰ মন টান হোআত পিঠাৰ মহত কম বিবেচনা নকৰিলে। .