পৃষ্ঠা:New Testament in Assamese.djvu/৪৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

s } ৩ 8 কৰিন্থীবিলাকলৈ পৌলে লিখা প্ৰথম পত্ৰ। মূল কথা। অধ্যায়, পিঠি। মিলন হবলৈ উপদেশ, আৰু শভবাত্তৰ গুণ প্ৰশংসা কৰ ঈশ্বৰে দিয়া জ্ঞানৰ দ্বাৰাই শুভবত্তি। কত্তন কৰা খ্ৰীষ্টেই সকলো ধৰ্ম কৰ্মৰ মূল পঁচিনিবিলাকৰ অনেক দুঃখ আৰু তাৰণা মণ্ডলীৰ পৰা পাপী মানুহক পৃথক কৰা উচিত ভাইবিলাকৰ গোচৰ কৰা নিষেধ, আৰু পবিত্ৰ হবলৈ নিষেধ বিশ্বাসীবিলাকে বিয়া কৰোৱাৰ উপদেশ দেৱতাৰ প্ৰসাদ খোৱাৰ কথা শুভবাত্ত। কীত্তন কৰবিলাকক প্ৰতিপালন কৰা উচিত ধৰ্ম অচিৰ্ণ আৰু দেওপূজা ত্যাগ কৰা উচিত প্ৰাৰ্থনা কৰা আৰু প্ৰভুৰ ভোজৰ কথা পবিত্ৰ আত্মাই দিয়া বিবিধ দানৰ কথা ধৰ্মৰ গুণবিলাকৰ মাজত প্ৰেমেই প্ৰধান অনেক ভাষাৰে কোৱাৰ শক্তি, আৰু উপদেশ দিয়াৰ কথা পুনৰ উঠান হবৰ কথা মণ্ডলীৰ দৰিদুলৈ দান কৰা, আৰু ভাইবিলাকলৈ নমস্কাৰ ৭ 098 by ৩০৭ ৩° '৮ কৰিন্থীবিলাকলৈ পৌলে লিখা দ্বিতীয় পত্ৰ। ২ ৩২৪ 8 ৩২৬ কৰিন্থী লোকক সান্তনা কৰা, অৰুি সিবিলাকলৈ যাত্ৰা কৰ। মণ্ডলীৰ বাহিৰ কৰা লোকক পুনৰ গ্ৰহণ কৰাৰ কথা, বিধানতকৈ শুভবাত্তৰ কীৰ্ত্তন মহিমাৱন্ত শুভবাত্ত। কীত্তন কৰাত পৌলৰ উৎসাহ আৰু দুঃখ ভোগ পৰিত্ৰাণৰ অপেক্ষাৰে পৌলে শুভবাত্ত। কীত্তন কৰা পৌলৰ দুঃখ ভোগ, আৰু দেওপূজকৰ পৰা পৃথক হোৱা উচিত কৰিন্থী লোকে পাপৰ কাৰণে খেদ কৰাত পৌলৰ সন্তোষ দৰিদু লোকক উপকাৰ কৰিবলৈ পৌলৰ নিবেদন উৎসাহ মনেৰে দান দিয়াত ঈশ্বৰ তুষ্ট হোৱা বিৰোন্ধি লোকক পৌলে সিবিলাকৰ দোষ দেখুউৱা খ্ৰীষ্টৰ ধৰ্মৰ কাৰণে পৌলৰ শ্ৰম আৰু দুঃখ ভোগ স্বৰ্গীয় দৰ্শন আৰু ভবিষ্যত বাক্যত পৌল পাঁচনি হোৱাৰ প্ৰমাণ ১২ মওলীৰ লোকক ভয় দেখুউৱা, আৰু পত্ৰৰ সমাপ্তি 9 5 ৩৩৪ ৩৩৬