২০ অধ্যায়। গলগৈ । ১২ অাৰু সিবিলাকে সেই জীওৱা ডেকাক আনি বৰ সন্তোষ পালে। ১৩ পাছে আমি অগি হৈ অচি নগৰত পেলক তুলি লবৰ অশয়েৰে জাহাজ মেলি সেই ঠাইলৈ গলোগৈ; কিয়নো তেওঁ খোজ কাহি যাবৰ মন হােৱাত সেই ৰূপে ঠাৱৰ কৰিছিল । ১৪ অচি নগৰত আমি তেওঁক পাই তুলি লৈ, মিতুলিনি মাজুলীলৈ আহিলোঁ। ১৫ তাৰ পৰা জাহাজ মেলি পছ দিন। খিয় মাজুলীৰ সমগ হলে, অৰু তাৰ পৰা এদিনে চাম মাজু- লীলৈ গৈ ত্রোগুলিয়তে থাকি পছি দিন মিলিত নগৰ পালাে । ১৬ পৌলে অচিয়া দেশত দিন নিনিয়াই এফেচ নগৰ এৰি যাবলৈ নিশ্চয় কৰিলে, কিয়নাে তেওঁ যদি পাৰে, পঞ্চাশ দিনৰ মুৰৰ পৰ্বলৈ য়িছালম পাবলৈ যতন কৰিলে । ১৭ পাছে পৌলে মিলিতৰ পৰা এফেচলৈ মানুহ পঠাই মণ্ডলীৰ বন্ধ লোকক মতাই অনালে । ১৮ সিবিলাকে তেওঁৰ ওচৰ পালত তেওঁ এই কথা কলে, মই অচিয়ালৈ অহাৰ প্রথম দিনৰে পৰা তেমোলাকৰ লগত থাকি, ১৯ নিশ্চয় নম মন আৰু চকুৰ লোএৰে, আৰু য়িহুদিবিলাকে খাপ দিয়াৰ নিমিত্তে অনেক পৰীক্ষা পোৱাতো যেনেকৈ প্ৰভুৰ সেৱা কৰিলো, তাক তােমোলাকে জানা । ২০ আৰু তোমোলকিত কোনো হিত কথা লুকাই নেৰাখিলো, কিন্তু প্রকাশ ৰূপেৰে তাকে কীত্তন কৰি ঘৰে ঘৰে উপদেশ দি, ২১ ঈশ্বৰলৈ মন পালটোৱা অৰু প্ৰভু যীশু খ্রীষ্টত বিশ্বাস কৰাৰ প্রয়োজনৰ প্ৰমাণ দি আছিলোঁ । আৰু দেখা, মই এতিয়া আত্মই নিয়তি য়িৰুছলিমলৈ গৈছে।; তাত মোৰ কি ঘটিব নেজানো, ২৩ তথাপি। মই বন্ধন আৰু দুখ পোৱাহে হব, ইয়াকে পবিত্র আত্মাই নগৰে নগৰে প্রমাণ দি অাছে। ২৪ কিন্তু মই ইয়াক একো যেন নেমনে, অাৰু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাত্রা প্রমাণ দিবলৈ প্রভু যীশুৰ পৰা যি সেৱাৰ ভৰি পালে। সেই সেৱা সিন্ধি হবলৈ আৰু আনন্দেৰে আপেনি কর্ম পূৰ কৰিবলৈ মোৰ প্ৰাণকো প্রিয় বুলি নেমানো । ২৫ আৰু এতিয়া দেখা, যিবিলাকৰ মাঝত মই ঈশ্বৰৰ ৰাজ্যৰ কীৰ্তন কৰি ফুৰিলোঁ, সেই তোমোলাকে অকিও মােৰ মুখ দেখিবলৈ নোপােৱা, ইয়াকো মই জানো। সকলৰো প্ৰাণৰ পৰা মই নিদূষী, ইয়াৰ সাক্ষী তোমোলাকক আজি লৈছে; ২৭ কিয়নো তােমোলকিক ঈশ্বৰৰ আটাই উপদেশ দিবলৈ মই এৰা নাই। ২৮ এয়েৰেই তােমোলাকে আপোনালৈ অৰু পবিত্র আত্মাই যি ঝাকৰ ওপৰত তোমোলকিক ৰক্ষক পাতিলে, সেই সকলো ঝাকলৈকে সাবধান হৈ, ঈশ্বৰে অাপোনাৰ তেজেৰে যি মণ্ডলীক কিনিলে, তাক প্ৰতিপাল কৰা । ২১ কিয়নো মই যোৱাৰ পাছে দুর্জন ৰঙ্গি কুকুৰবােৰে ঝকিক একো দায়। নকৰি তোমোলাকৰ মাকত সোমব; ৩০ আৰু তোমোলাকৰাে মানুহ ওলাই ২২ ২৬ এই হেতুকে
পৃষ্ঠা:New Testament in Assamese.djvu/২৫৮
অৱয়ব