২০ অধ্যায়। ২০৭ মলি। আৰু দুজন স্বৰ্গ যমি। ৩ সেই শিষ্যৰ পাছত চিমোন পিতৰ অহি মৈদামত সোমাই, ৭ পৰি থকা কাপৰ আৰু আন ঠাইত সুকীয়াকৈ ঝাঁপি থোৱা মূৰ বন্ধ। গামোচাও দেখিলে। ৮ পাছে মৈদামলৈ আগৈএ অহা অনি শিষ্যো সো- মাই তেনে দেখি বিশ্বাস কৰিলে। ১ কিয়নো মৃত্যুৰ পৰা তেওঁ উঠিব লগা, ধৰম পৃথিৰ এই বচনৰ অৰ্থ সিবিলাকে তেতিয়ালৈকে বুঝা নাই। ১০ পাছে সেই দুজন শিষ্য আপোনাৰ ঘৰলৈ উলটি গল। ১১ কিন্তু মাৰিয়াই মৈদামৰ বাহিৰে থিয় হৈ কান্দি আছিল; কান্দি কান্দি তললৈ মূৰ কৰি মৈদামৰ ভিতৰলৈ চাই, ১২ যীশুৰ দেহ শুডয়া ঠাইৰ শিতানত এজন, ভৰি পিথানত এজন, শুকুলা কাপৰেৰে এনে বহি থকা দেখিলে। ১৩ পাছে সিবিলাকে তাইক বুলিলে, হে নাৰী, কিয় কান্দি ছা? তাই কলে, লোকে মোৰ প্ৰভূক নি কত থৈছে, তুকি নেজানে। ১৪ ইয়াকে বুলি উলটি চাই, যীশু থিয় হৈ থকা দেখি- লে; কিন্তু তেৱেই যীশু, ইয়াক নেজানিলে। ১৫ তেতিয়া যীশুএ তাইত সুধিলে, হে নাৰী, তুমি কিয় কান্দিছা? কাক নো বিচাৰিছা? তাতে তাই তেওঁক বাৰীচোৱা বুলি জানি কলে, হে দেও, তুমি যদি এই ঠাইৰ পৰা তেওঁক নিলা, তেন্তে কত থৈছা, তাক কোৱা, মই তাৰ পৰা তেওঁক লৈ ১৬ তেতিয়া যীশু তাইত কলে, অ মাৰিয়া; তাতে তাই উলটি তেওঁক বুলিলে, হে ৰাবুণি, অৰ্থাত হে গুৰু। ১৭ তেতিয়া যীশুএ কলে, তুমি মোক নধৰিবা; কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়া মই উঠা নাই। কিন্তু মোৰ ভাইবিলাকৰ ওচৰলৈ গৈ, মোৰ আৰু তোমোলাকৰো যি জন পিতৃ, আৰু মোৰো তোমোলাকৰে ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ, ইয়াকে সিবিলাকত কোৱাগৈ। ১৮ তাতে মাগলিনী মাৰিয়াই গৈ, প্ৰভু যে তাইক দেখা দি এনে কথা কৈছিল, তাকে শিষ্যবিলাকত কলে। ১৯ পাছে সপ্তাহৰ সেই প্ৰথম দিন। গধূলী বেলিকা শিষ্যবিলাকে একে ঠাই হৈ য়িহুদিবিলাকৰ ভয়ত দুৱাৰ মাৰি আছিলে; তেতিয়া ৰীশ্য এ তাল আহি সিবিলাকৰ মাকত থিয় হৈ কলে, তোমোলাকৰ কুশল হওক। ২ইয়া- কে বুলি আপোনাৰ হাত আৰু কোষ দেখালে; তাতে সিবিলাকে প্ৰভুক দেখি আনন্দ কৰিলে। ২১ তেতিয়া যীশুএ আকও কলে, তোমোলাকৰ কুশল হওক; পিতৃএ যেনেকৈ মোক পাচিলে, ময়ো তেনেকৈ তোমোলকিক পাচিছে॥ ২২ এই কথা কৈ তেও সিবিলাকৰ ওপৰত শ্বাস পেলাই কলে, পবিত্ৰ আত্মা গ্ৰহণ কৰা। তোমোলাকে যিবিলাকৰ পাপ ক্ষমা, বিলাকৰ পাপ ক্ষমা হব; আৰু যিবিলাকৰ পাপ ৰখি, সেইবিলাকৰ পাপ থাকিব। ২৪ খ্ৰীস্ত অহা কলিত বাৰে জনৰ মাঝৰ থোম নামেৰে যাক দিদমে। বোলে, এনে শিষ্য এজন সিবিলাকৰ লগত নাইকিছিল; ২৫ এই হেতুকে ২৩ সেই.
পৃষ্ঠা:New Testament in Assamese.djvu/২১২
অৱয়ব