মোৰ সোঁৱৰণী ফলে, “But I see, it is nearly evening”. ময়ো তেতিক্ষণে উত্তৰ কাটি থলো, “It is morning to us because we are meeting after a long time sir!" cotatater বুথ চাহাবে খলখলাই হাঁহি “Right, right, thank you” এইবুলি ইবাৰ মোৰ প্ৰতি তেওঁ qayoqutaide otrat contra are afra, "Well, you have troubled me with so many telegrams! (দুই বাহ পুৰ্ণহতীয়াকৈ মেলি দেখুৱাই)” মই মৰম লগাই লাহেকৈ ces facti, "Necessity knows no bound, sir!" cotatater que cette optartaco sf যোৱাৰ নিচিনা হৈ তেওঁৰ নিজৰ স্বাভাৱিক নীৰভাৱেই শেষ সমিধান দিলে, “All right, you will get your leave. But where is your manuscript of kasarat manual pa ময়ো ছেগ চাই ঠাইতে কঠীয়া পাৰি থলে। এইবুলি, “Sir, it is why the leave prayed for has become so urgent.” মোৰ উত্তৰত তেওঁ পাক লাগি আপুনি বান্ধি খাই খলখলাই হাঁহি হাঁহি “Oh, no more delay. You may avail your leave from tomorrow” এই বুলি গোঁ গোঁ কৰে গৈ ডিৰেক্টৰ ডক্তৰ বুথ চাহাব অফিচ কোঠাত সোমালগৈ। সিমানতে মোৰ যোৰটীয়া মাষ্টৰী অভিনয়ৰৰ যৱনিকা পাত হল। সেই অলপকালৰ ভিতৰতে মই সমূহকৈ যোৰহটীয়া ছাত্ৰবৰ্গৰ মৰমৰ পাত্ৰ হৈ উঠিব পাৰিছিলো, আৰু সিবিলাকৰ প্ৰতিও মোৰ চেনেহ বহুলকৈ বিয়পি গৈছিল। সেই প্ৰসঙ্গতে মোৰ শ্ৰীমান দেবেশৰ শৰ্মা (এতিয়া গৱৰ্ণমেন্ট উকীল) প্ৰমুখ্যে কেইবাজনো সাদৰী ছাত্ৰ লাভ হয়, আজিও আমাক সেই প্ৰীতি তিয়ে এৰা দিয়া নাই। ছুটী পাই গা এফেৰি গহীন হল; গ্ৰহণ (avail) কৰাত কেইদিনমান স্বইচ্ছাৰে পলম কৰিলো, কিয়নো সেই সময়তে মিঃ ফুলাৰ চীফ কমিচনাৰ বাহাদুৰকো সাক্ষাৎ পাবৰ সোণাময় ছেগ দেখা দিলে। সেই ছেগতে তেখেতৰ আগত জব্বলপুৰ আৰু নাগপুৰৰ কৰুণ কাহিনী চমুকৈ বিবৰি কলো। শুনি তেওঁ হষিত হল। জব্বলপুৰ নামত তেওঁৰ সদায় আনন্দ। শুনি শুনি তেখেতে পুলকিত মনেৰে মোক বৰকৈ সোধাদি সুধিলে, “তোমাক এতিয়া কি যোগ্য পুৰস্কাৰ দিম?” ময়ো সেই সাদৰী প্ৰশ্নৰ যথাযথ উত্তৰ এইবুলি দিলো, “মোৰ প্ৰতি আপুনি যথেষ্ট অনুগ্ৰহ দেখুৱাইছে; জবলপুৰ নাগপুৰতত আপোনাৰ নামৰ গুণত মই আশাতীতৰূপে সমাদৃত হৈ আহিছে। তাৰ উপৰি যদি মোক কিবা অনুগ্ৰহ দান কৰিব খোজে, তেন্তে মোৰ এই গোহাৰি, যেন আপুনি দয়া কৰি মোৰ দুখীয়া আহোম জাতিৰ সন্তানবিলাকক বিনামচুলে পঢ়াশালি, হাইস্কুল আৰু কলেজত পঢ়িবলৈ দুৱাৰ মুকলি কৰি দি সেই পতিত জাতিটোৰ পুনৰুত্থানৰ উপায় বিধান কৰে।” ভংঙ্গীয়া ফুলাৰ চাহাবে একে আষাৰে তথাস্তু বুলি মোক মৰমেৰে বিদায় দিলে। মই তাৰ পিচদিনাই তেজপুৰলৈ ওলটা যাত্ৰা কৰিলে। তেজপুৰৰ দুটাৰ তিনিই চত উলটি আহিয়েই, সদৌ বন কাতিকৈ মই অধোমুখী ‘বন্তিক আকৌ উৰ্ধমুখী কৰিবলৈ দেহ-মন লগাই খাটিবলৈ ধৰিলে; আৰু তদৰ্থে সততে জয়দেৱ শৰ্মা পণ্ডিতদেৱৰ লগত
পৃষ্ঠা:Mor Sowarani.djvu/১৮৪
অৱয়ব