পৃষ্ঠা:Mor Sonwarani.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি সাহিত্য-গুণ পদ্মনাথ গোহাঞিসকৰাৰ শতবাৰ্ষিকী জন্মোৎসব উপলক্ষে অসম প্ৰকাশন পৰিষদৰ পক্ষৰপৰা তেওঁৰ এই স্বাধজীৱনীখনি আমাৰ শ্ৰদ্ধার্থ হিচাপে আগবঢ়াইছে। গোহাঞিবৰুৱাৰ এই জাঘজীবনীখনি গ্রা ঘাকাৰে প্ৰাপত্তে প্ৰকাশ হোৱা নাছিল। স্বত্ৰ কেইবছৰমানৰ আগতে ( ১৮৫৩৫৪ শক ) ‘অাৱাহন’ জালোচনীত তেওঁ "যোৰ গোৱৰধী" লিখিবলৈ ধৰিছিল যাক তাৰে পিচৰ বিশেষ অংশ এটা আলোচনী আদিত প্ৰকাশ নোহোৱাকৈয়ে আাছিল । ১৯৪৬ চনৰ এপ্ৰিল মাহত তেওঁৰ মৃত্যু হৈছিল, কিন্তু তেওঁ নিশ্বৰ জীৱনৰ সোৱৰণী লিখিলে মাত্র ১৯২৬ চনলৈকেহে। জীৱনৰ শেহৰ এই বহুমূলীয়া কবি বছৰৰ তেওঁৰ জীৱন-বৃত্তান্ত লিখি উলিয়ালে মাথাৰ সাহিত্যৰ এক ডাঙৰ সভাৰ পুৰণ হ’ব। গোহাঞিবৰাৰ জায়জীৱনীক অসমীয়া ভাষা-সাহিত্য আাক সংস্কৃতিৰ অর্ধশতাব্দীৰ এক দীর্ঘ অথচ পৰল বাপ-ৰেখাৰ আখ্যা দিব পাৰি। সান বস্তুত আত্মজীৱনীৰ দৰে তেওঁৰ জীৱন সোৱৰণীত আতিশয্যৰ স্থান নাই ; সত্যনিষ্ঠাই হ’ল এই দোবৰণীৰ বৈশিষ্ট্য। এই গ্ৰহৰ দাৰা অসমবাদী পৰমভাবে উপকৃত জাৰ সম্ভগৃহীত হ'ব বুলি আষাৰ পৰম বিশ্বাস। গ্রন্থখনি প্ৰকাশ কৰোতে গোহাঞিবৰুৱাৰ পুত্ৰ ভ্ৰহৰেৱষ্ণ গোহাঞিয়বৰবাৰ পৰা যথেষ্ট পৰিমাণে সহায় পাইছে। গ্রন্থখনি প্ৰকাশ কৰিবলৈ আহুমতি আাৰ প্ৰয়োজনীয় ছবি লাদি দি সহায় কৰা বাবে তেওঁৰ প্ৰতি আামাৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিলো। এণ্ডেখৰ গগৈছে। গ্রন্থখনি প্ৰকাশৰ ক্ষেত্ৰত বিশেষভাবে যোগাযোগ কৰি আমাৰ কতগ্রস্তাষ পাত্ৰ হৈছে। প্ৰযোগেশ দাসে গ্রন্থখনিৰ প্রথমৰ পৰা শেষলৈকে প্রফ অ্যাদি চাই খামাক সহায় কৰাৰ বাবে তেওঁক মান্তৰিক বহুবাদ জনালো। হাহাটী চন্দ্রপ্রসাদ শইকীয়া ২৬ নবেম্বৰ, ১৯৭১