৭৮ মোৰ জীৱন সোৱৰণ নথৈ মৰম কৰিছিল; ময়ো তেওলোকক নথৈ ভাল পাইছিলো। বৰবৌৰ পিক জোকৃতলীৰ মৌজাদাৰ আছিল। শৰাধ-বিধি বা আন কাম-কাজৰ সময়ত তেও বাপেকৰ ঘৰলৈ গলে আমাকে পিছত মাতি লৈ গৈ এনে স্নাদৰ-সাদৰকৈ খুৱাই-বুৱাই পঠিয়াইছিল যে সেই সুমধুৰ স্মৃতি এই “জীৱন-স্মৃতি” লেখকৰ স্মৃতিৰ ভিতৰত স্থায়ী হৈ আছে। বৰবৌ সকবোতকৈ বয়সত অনেক সৰু আছিল, কাৰণ তেওঁ বৰ ককাইদেওৰ প্ৰথমা স্ত্ৰী বিয়োগৰ পাছত বিয়া কৰোৰা দ্বিতীয় স্ত্ৰী। সেই দেখি বৰবোৰে সৰুবৌক নিজৰ সম্পৰ্কতকৈও বায়েক-সম্পৰ্কৰ চকুৰে দেখি সন্মাৰিছিল। মুঠতে দুয়োজনী জাকৰ ভিতৰত মিলা- প্ৰীতিৰ দৃশ্য অভিননাৰ আছিল; দুয়ো অলপ অসমীয়া লেখা-পঢ়া আনিছিল। এ কাশৰাম দাসৰ বগলা ছপা মহাভাৰতৰ কোনো এটা সৰ পৰিছিল, কিন্তু বেবি নাজানিছিল বা অইন কিলো দিব নালানিলি। কোনো বিশেষ এটা পৰ্ব বোলা না লাহ। তেওঁ আনৰ ওচৰত শুনিয়েই হওক বা শিকিয়েই (ক, সেই পৰ্যত তেওঁৰ একক মূখস্থ হৈ পৰিছিল; সেই দেখি ভাৰত্যেক শাৰীৰ প্ৰথম দুট-টাৰ দেখিলেই বাকী ডোৰ তেওঁৰ লৈ তালকৈ নোচাৱাকৈয়ে মাতিব পাৰিছিল; আৰু সেই সি যা হৈ পনিই ফেৰ বিদ্যাৰ ওৰ পৰিছিল। বৰবোৰে চিশ শানিলি। মোৰ মনত আছে-বৰ ককাইদেও ডিবুক বা ৱিঠিমা ঠাইলৈ গ'কে বৰবোৰে অতি সংগোপনে তেওঁলৈ চিঠি লেখিছিল৷ কাৰণ তিতাই আৰু ঘাইকৈ বৰৰ বোৱাৰীয়ৰীয়ে চিঠি লেটো (নিজৰ স্বামী হলেও) সেই সময়ত ৰী কাৰ্য্যৰ ভিতৰা বুলি বিবেচিত হৈছিল। সেই লে িবদৌৱে অতি সংগোপনে তেওৰ চিঠি লেখি তা মোৰ হই তাই চলিব পৰ কৰি মোৰ হতুৱাৰেই অতি পুত ভাবে
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৯০
অৱয়ব