—স্কুলীয়া জীৱন মই ভাবিলোঁ, ই কি হল! এইবাৰ তো মোৰ আৰু ৰা নাই। মোৰফালে সেখোন পতং! তেতিয়ালৈকে মই কোনো বলা যাত্ৰা- গান দেখা নাছিলোঁ, শুনা নাছিলো। গতিকে এই musician “সঙ্গীত” দুজনৰ হাতত মোৰ ঘাট অনিবাৰ্য। মই দেখা আৰু শুনা অসমীয়া ভাৱনাৰ গীত-পদ-বাইক-বচন দুটা এটা মাতি এই ভয়ানক “” ছভলিবলৈ প্ৰাণপণ চেষ্টা কৰিলে। হয়; কিন্তু প্ৰতিপই মোৰ সেইবোৰক ধূলি-মাকটি rubbish আৰু অসভ্য বুলি একে টিলিকিতে উৰাই দিলে;-যদিও সিহঁতে তেতিয়ালৈকে কোনো ভাৱনা দেখা নাছিল। বলা ভাষা, বজলা গান, বাণীৰ নিচিনাকৈ চুলি-কটা, চুৰিয়া-চোলা পিন্ধা, মুঠতে বঙ্গালী “কেন” (fashion) আৰু every thing Bengali অৰ্থাৎ বি-কি-নহওক সকলো বাণী আমাৰ অসমীয়াতকৈ যে শ্ৰেষ্ঠ, এই ৰোগে তেতিয়াৰ ডেকা তৰপৰ গাত ভালকৈয়ে ধৰিছিল; আৰু এই ৰোগৰ প্ৰকোপ ইমান বাঢ়িছিল যে ডাঙৰ ডাঙৰ সত্ৰবোৰত সুন্দৰ অসমীয়া অঙ্কীয়া ভাৱনাৰ লগে লগে নাইবা অীয় ভাৱনাক খেদাই নাটটোতা গোঁসাই-মহ সকলে বাবোৰা অত বলা ভাষাত নাট চি, তাৱনা কৰি, নিক গৌৰবাতি আৰু দৰ্শকক সুখী বিবেচনা কৰিছিল। বৰবোৰ যেনি যায় সকলোৰে তেনি যায় গতিকে, মো ভাবিলো যে মোৰ বলা গান অভিজ্ঞতা সমানীয়। আকৌ বিলে, মোৰে বা দোেষ কি? মই বলা যাত্ৰা দেবি, বলা গান শুনি সুবিধা কত পালে। যেই ইতেৰে সৈতে সেই বিশ্ৰত সমানে ৰে আৰিৰ? ইয়াকে ভাবি যৌন হৈ, কাৰে-ইবিতে প্ৰতি সকলৰ ওচৰত বাট মামি শিক্ষাৰলৈ তিৰািৰ বাৰৰ পুনৰাগৰৰ প্ৰতীক্ষা কৰি ‘মিচুৰি বিয়া ৰৈলো।” বিবি হক, চবিতে আন আন এলো বিয়ে বন
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৬৫
অৱয়ব