-স্কুলীয়া জীনে। (সনকালে এই মোৰ মন-ই ভৱনত ভাৰ ডাক তাৱৰীয়াৰ ও f৮ সহায় কৰি সেই ভাৱনা সুকলমে সমাপন কৰিলে এইটো কোৱা বাহুল্য মাথোন। মমৰ পক্ষে শিৱসাগব শীঘ্ৰে আমন্দ-সাগৰ হল, বংপুৰ ৰঙৰ আল হল। শিৱসাগৰৰ ঘৰত উমলিবলৈ মোৰ দুটা ভতিজাক লগৰীয়া স্বৰূপে পালো,-এটি মোহকৈ দেৰ-বছৰৰ বৰ, আনটি মোতকৈ অলপ সৰু। প্ৰথৰ দিনতে মই আবিষ্কাৰ কৰিলে, যে সিহঁত দুযোেমোতকৈ বেছিকৈ পটিছে,-অৱশ্যে বলা কিতাপ। সিহঁত দুয়ো সিহঁতৰ শলা-বিহুৰ ‘তবৰ-বাজীৰে থকেতে মোক অবাক কৰি দিলে। বলা পন্থ- পাঠৰ পদ্য মোৰ আগত সিহঁতে মাতি মোক এক প্ৰকাৰ পুতি (পলালে বুলিব লাগে। তাৰ এটা প মোৰ এতিযাও মনত আছে যথ' “পৰ্ব্বতে ধূমল মেঘ হই উদয়। ভয়ঙ্কৰ শষ কৰি বেগে বায়ু বয়। পাতা উড়ে ফল পড়ে জিতেছে ভাল। উডি বাতাসে সব ফুৰে চাল। নদী জলে উঠে ঢেউ পৰ্বত সমান। উপায় নাপায় শান্তি কৰে হায় ৰে॥” দুয়ো লগ লাগি “তয়ৰ শৰ কৰি এই এণ্ড পদ্য মাতি মোৰ ওচৰত প্ৰথম দিনতে এনে "বেগে বা বোবলৈ ৰিলে যে মোৰ লক্ষীমপুৰীয়া আৰু ইয়া বিন্তাৰ গাত চোৰ মন-ফুৰিৰ চাল উৰি কৰবাত পৰিললৈ; যেৰ মত পবিতসমান চৌ উঠিল; তুলনাত নোৰ সিলগকৈ মি টু আওলি টুলুং ভুট কাৰ বৰো বুৰে। মই, সবাইত হয়। ময়! কৰিবলৈ ধৰিলে। তেতিয়াই মই মনতে নৰ চিলে। যে দিন
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৬৩
অৱয়ব