মোৰ জীৱন সোৱ ৰণ গ্ৰহ যেনেকৈ কাইখনৰ কোনো মূল্য নাথাকে, শিৱসাগৰকো সেইদৰে অমান্য কৰিলে অসমৰ মূল্য নাথাকে। যি হওক, অতি শীঘ্ৰে শিৱসাগৰৰ সম্পৰ্কে বিৰাগৰ এনে ভাব মোৰ মনৰ পৰা আতৰি তাৰ ঠাই অনুৰাগে অধিকাৰ কৰিলে। তাৰ কাৰণ, শিৱ- সাগৰৰ বিশাল বিতোপন বৰ-পুখুৰী, আৰু তাৰ পাৰত ওখ ডাঙৰ দৌল তিনটা। শঙ্কৰদেৱৰ ভাষাৰে কবলৈ গলে, এই দৌল তিনটা সুবৰ্ণ ৰজত লোহা জলে তিনি শৃঙ্গ। চত জমক লাগে দেখিতে বিৰিঙ্গ।" বিষ্ণুদ’ল আৰু দেবীদ’ল,—দুকাষৰ এই দল দুটাত যদিও ৰজতব শৃঙ্গ নাথাকি লোৰ চক্ৰ আৰু ত্ৰিশূলে সেই কাম কৰিছে, মাজৰটোৰ অৰ্থাৎ শিৱদল’ৰ ওপৰত “চকুত জমক লগোৱা বিৰিঙ্গ শৃঙ্গই তিৰি-মিৰি কৰি দশোদশ প্ৰকাশি” যে শিৱসাগৰৰ মহিমা উজ্জ্বল কৰি-ৰাখিছে, তাক এখন মুখেৰে কব পাৰি। সুশীতল নিৰ্মল জলেৰে, চপচপীয়া ৱি- সাগৰৰ বৰ পুখুৰীটোকো সৰোবৰৰ সম্মান দি, শঙ্কৰৰে অমৃতময় ভাষাৰে আকৌ এইদৰে বৰ্ণাব পাৰি “তাহাৰ মাৰুে সৰবৰ এক। সাগৰ-সঙ্কাশ দেখি প্ৰত্যেক। সুবৰ্ণময় পৰে আছে জুৰি। প্ৰমবে মধু পীয়ে তাত পৰি। ৰাজহংস দিতে পী। পৰি পৰি থাকে নাযায় উপেকি।” এমেৰিবৰ বৰপুখুৰীটোৱেও অচিৰতে মোৰ মন ৰণ কাৰ্য্য সম্পাদন কৰিলে। ইয়াৰ উপৰিও কোবাল সেঁতীয়া আৰু মানুহ পৰিম” ওৰ পৰাৰে দিখৌ নৈয়ে, আৰ দিখৌৰ সিপাৰৰ ৰংঘৰ কাৰেংঘৰ, লাভলি বৰে সাগৰৰ দৌল আৰু একা পুখুৰী এতৃতিয়েও যে
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৬০
অৱয়ব