মোৰ জীৱন সোৱৰণ খাবলৈ পিছালৰ পৰা হাওঁ- হাকৈ খেপিয়া বা এটা ওলাল, ওপৰত কৈ অহা ভীমৰাপক্ষৰ যুগ এখন নায়ক, অৰৰ সিদ্ধহস্ত, বীৰৰসাত্মক বাক্য বচনত প্ৰতিষ্ঠ ককাইদেও নাথে হয়ত চিয়ৰ মাৰি উঠি মাৰিলে ৰ! ভ্যাণাৰ সভায় হাঁহিৰ ৰোল উঠিল। গতি বিষম দেখি উপতি, বুদ্ধিসম্পন্ন ককা খবিলাথে, to save the situation, একে চাবেই উঠি গৈ ৱ্যাতিতাশিনাথ ককাইদেওক ধৰি আনি নিৰ্ভয় দি নিজৰ কোলাত বহুৱাই বুকুত সুমাই ললে, আৰু লোকৰ বচন মুগুনি গৰৱালি কৰি বেয়া বাৰ নমনা বপুৰা মঙ্গলাক মুখা পিন্ধা ঢেকিয়াপতীয়া বৰ বাবে নিৰ্বিবাদে খালে। অথচ সভাৰ ভৰি থকা বাৰে কুৰি মাহৰ ভিতৰৰ এটা এড়োতৰেও এটি টু শব্দ নকৰিলে, একাষাৰ ইচ-ইচ, বা ৰামবিষ্ণুকে নুবুলিলে, টোকেন লাখুটিৰ কথাকে নকওঁ, এডাল মেমেৰা খাগৰি নাইবা হালোৱা-এচাৰিকে নোজাকাৰিৰে নাইবা তৰ্জনি আঙ্গুলি বা কেয়। আঙ্গুলি এটাকে বাঘটো নেদেখুৱালে!!! -গোবিন্দ-গোলাপ ককাইদেৰ কলিকতাবাত্ৰা মনত আছে, আমি লক্ষী থাৰ্পেতেই কাইদেও শ্ৰীযুত গগাবিন্দ বেজবৰুৱা (G, Bebataa) আৰু প্ৰযুত শোলাপচন্দ্ৰ ( Dt. G. C. Bezbaror) Dpt. গৈছিল। সেই কালত কলিকতাত পঢ়িবলৈ যোৱাটো অনেক বিষয়ত আজি কালিৰ নিচিনা উক্ত ব্যাপাৰ নাছিল। ডাক
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৩৮
অৱয়ব