পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৯৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভৱানীপুৰীয়া গোপাল আতা (১) ৰামচৰণ(ব্ৰাহ্মণ)(২) শ্ৰীৰাম (৩) বৰষদুমণি (৪) সৰুষদুমণি (৫) পুৰুষোত্তম (৬) সনাতন (৭) মূৰাৰি (৮) অনিৰুদ্ধ (৯) নাৰায়ণ, খবামেচৰা বা আহঁতগুৰি, বাহবাৰী, গজলা বা কাঠপিৰ ৰা নগৰীয়া বা চৰাইবাহী মোৱামৰা বা দহঘৰীয়া বা খৌৰামচ। কতিপাৰ। সৌকাজান। কাছপাৰ। নঘৰীয়া। মায়ামৰা নাহৰখটীয়া, হালধিকাৰী হাঙ্গৰ সনাতন-দিহিং। দিনজয়, পুৰণিমাটি। (১০) পৰমানন্দ। (১১) ৰামচৰণ, ইকৰাজান। (১২) উজনীয়৷ পূৰ্ণানন্দ। (১০) কোনোৱে কয়-দলৈৰপপাসনাতন। কৃষ্ণআত। এঙ্গাপুৰীয়া সন্ত্ৰ। ভৱানীপুৰীয়া গোপাল আতাৰ পুত্ৰ কমললোচন কমললোচনৰ পুত্ৰ-(১) যাদৱানন্দ (২) মাধৱানন্দ (৩) দৈবকীনল (8) স্বৰূপানন্দ (৫) বনানন্দ ডৌকাচাপৰি সত্ৰ। আমগুৰি সত্ৰ। কলাকটা সত্ৰ। ধোপাব। নাচনিপাৰ, হেমাৰবাৰী।