৬ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ বাই সন্তুষ্ট হৈ চণ্ডীবক বন্দীশালৰপৰা মোকোলাই অনাই নখ কটাই, দাঢ়ি চ লি খাই, বগা কাপোকনি পিন্ধোৱাই, পণ্ডিতেৰে সৈতে বাদ কৰিবলৈ লগাই দিলে। চণ্ডীবনে মহামায়া দেৰীক উপাসনা কবি মাতৰ আশীৰ্বাদ লভি বলীয়ান হৈ বজাৰ সভাত খটাত কপোৰ বান্ধি লৈ শৰাই বাণ কায়স্থসকলে ফলিখন লৈ পঞ্চগৌৰেশ্বৰৰ ওচৰ পালেগৈ। ফলি দেখি বজাই তেওঁ- বিলাকক নিয়ম মতে মান-সংকাৰ কৰি আশ্ৰয দিলে। সেই সময়ত কৰত নৈকে সীমা কৰি পূৰে কামৰূপ আৰু পশ্চিমে গৌৰৰাজ্য হৈছিল। গৌৰৰ ৰাজধানী মালদাত আৰু কামৰূপৰ ৰাজধানী কমতাপুৰ কৰতোয নৈৰ পাৰত আছিল। কমতেৰে গৌৰেশ্বৰক খছি চৌদ্ধৰ বামুণ আৰু কাষস্থ মানুহ আনি নিজৰ ৰাজ্যত বহুওৱাটো সঁচা হব পাৰে। গৌৰেৰে কিন্তু নিজৰ প্ৰজাৰ মৰম এৰিব নোৱাৰি, কনৌজৰ পৰা উটি-বুৰি অ আল কেইকে দি পাল মাৰিলে আৰু মিত্ৰতা ৰক্ষা কৰিলে। কমতেৰে বৰ আনলেৰে এই চৌদ্ধ ঘৰ মানুহক নিজ খুচি মতে মাটি-বাৰী বিচাৰি বসতি কৰিবলৈ দিযাত তেওঁবিলাক উত্তৰ পাৰে লোমাগুৰি নামেৰে এখন বিলৰ পাৰত মাছ-খৰিৰ সুচল চাই গাওঁ পাতি বলি। ৰজাই ত পঠিয়াই স্থানীয় মানুৰে হতুৱাই ঘৰ-বাৰী সজাই দিলে। কিন্তু তেতিয়াও তেওঁবিলাকৰ শনি দশা নৌ ওকবে। অসভ্য ভোেট আহি বছৰচেৰেকৰ চতে এই ভাটীৰ মানুহ কেইঘৰক লেঙ্গামাগুৰিৰ সোৱাৰপৰা বঞ্চিত কৰিলে। কোৱা বাহল্য, এই সময়তে মানুহ কেইঘৰ ধনবান হল। কিছুমান দক্ষিণলৈ আৰু কিছুমান পূবলৈ গল। চণ্ডীৰৰকে আদি কৰি কিছুমানে দক্ষিণ পাৰে টেঙ্গুৱানা নামেৰে এটা জানৰ পৰত বহিলহি। এই জানটিক আজিকালি শাছিন বলে , নগৰ সপৰা দু মাইল ভযাই গলেই পায়।” শঙ্কৰদেৱৰ কুল-ম:-প্ৰেমপূৰ্ণানন্দ গিৰী। (অ ত্ৰ সত্ত) 1 কৃষ্ণ গিৰী। সুবৰ্ণ গিৰী। গন্ধৰ্ব গিৰি। - বাম •িৰিী। হেম গি। হৰি গিৰী। কন্যা কৃষ্ণকান্তি। লণ্ডাদে বা লণ্ডী।
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২০
অৱয়ব