পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৪৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ সকলে ৰজাৰ আগত লগালে যে “মহাৰাজ, শৰৰ অহাৰ চাওক; মহাৰাৰে সকলোকে সোনকালে সভালৈ আহিবলৈ কলে, কিন্তু শয়ৰ এতিয়াও নহিল; আজি তেওঁৰ আলম-বিলম বাঢ়িল হে।” ঠিক এনে সময়তে শৰদেৱ ৰাজসভাত ওলালহি। তেওঁৰ কিয় বিলম্ব হল, এইকথা জাই শৰদেৱক শুধিলত, শঙ্কৰদেৱে কলে “মহাৰাজ, কালি মোক মহাৰাৰে যি বস্তু দিছিল, সেই বস্তু ভোজন কৰি সাৱধানে সদাচাৰ কৰি অহাৰ নিমিত্তেহে পলম হল।” ব্ৰাহ্মণসকলে কলে “আমি জাননা কিবা নোখোৱাকৈ আহিলো?" শৰে এই কথা শুনি কলে “মহাৰাজ এওঁলোকৰ মুখ ধুবলৈ এতিয়াই এওঁলোকক একোৰ্চৰ পানী আৰু দাতখৰিকা দিয়াওক। এওঁলোকে দাত খৰিকাই এতিয়াই চৰুত মুখ ধোৱকচোন, এওঁলোকৰ কেনে সদাচাৰ চোৱাই যাওক।” এইকথা শুনি ৰজাই তেতিয়াই চৰু আৰু খৰিকা অনাই ব্ৰাহ্মণসকলক দিয়ালে; শঙ্কৰকো সেইদৰে দিয়ালে। ব্ৰাহ্মণসকলে ৰজাৰ আজ্ঞা মতে খৰিক লৈ মুখ ধুই কুলকুলীয়াই মুখৰ পানী পেলালত সেই পানী টুকি দেখা গল যে তাত থোপাথোপে পহৰ মঙহ পৰিছে; আৰু শঙ্কৰদেৱৰ মুখখোৱ পানী নিৰ্ম্মল। এনে দেখি মহাৰাজ নৰনাৰায়ণে মহা ক্ৰোধ কৰি ব্ৰাহ্মণ সকলক কলে “তোমালোক মহা অনাচাৰী। অথচ তোমালোকে শক অনাচাৰী বুলি কোৱা? মই নিঃসন্দেহে বুজিলো মত। তেওঁক তোমালোকে মিছাতে নিলা কৰিছিল।” এইদৰে ব্ৰাহ্মণসকলে শঙ্কৰদেৱেৰে সৈতে নৰনাৰায়ণ ৰাৰ সভাত তিনি মাহ বাদ কৰি শঙ্কৰদেৱৰ হাতত তেওঁলোক সমুলি পৰাস্ত হল। তেওঁলোকে যি তৰ্ককে তোলে, শঙ্কৰদেৱে তাক তন্ন তনুকৈ যুক্তিৰে সংহাৰ কৰে। নৰনাৰায়ণ ৰজাও শাঅজ্ঞ, আৰু সংস্কৃতত পণ্ডিত আছিল। তেওঁ এদিন আঠোটা শ্লোক ৰচনা কৰি আনি ব্ৰাহ্মণসকলক তাৰ অৰ্থ কৰি দিবলৈ কলত, ব্ৰাহ্মণসকলে তাৰ কোনো অৰ্থ কৰিব নোৱাৰিলত, তেওঁ শঙ্কৰদেৱক তাৰ অৰ্থ কৰিবলৈ কলে। শৰদেৱে প্ৰত্যেকটো শ্লোক চাৰি থকাৰ অৰ্থ কৰি লেখি ৰজাক দিলত, জাই পৰা সন্তোষ পাইশ দেৱক ধন্য ধন্য কৰি শলাগি কলে, ‘শ পণ্ডিত শ্ৰেষ্ঠ ভকত প্ৰভাৱ দেখি তেওঁলোকক ভোটেও নিনি এৰি থৈ গল।” ৰজাই এই বুলি সভাত শৰদেৱৰ প্ৰশংসা কৰি, সোণ আৰু বৰ গণী, যাৰ দুন