পৃষ্ঠা:Kirtan Ghosha.pdf/৭১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৪] গোবিন্দক নৰাধিয়া কোন কালে কদাচিত সুধী ইয়া আছে কোনান। হেন শিক্ষা মনে ধৰি ডাউকে বোলয় সদা ‘কো কো কুবাক্যবচন॥ ৫২ শসে শুদ্ধমত ঈশ্বৰ-ভক্তিৰ তত্ব প্ৰচাৰিলা শাস্ত্ৰ-সাৰ জানি। তাহাঙ্ক জানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে আপুনাৰ মহত্ব বখানি। ৫৩. শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি। ভাঙ্ক এৰি কি কাৰণে আনক বোলয়। কিনো লোক মহামূঢ়-মতি॥ ৫৪ ৫২। অনাৰাখিতে গোৱিলে কে বা কুত্ৰ সুধী ৱেৎ। এৱতি চ ছাতৃহ কো ব্ৰা কোৱা । ৩। কেশৱা পৰৰ দেৱা ন না: খ উত্ত। শৰা পৰো ভক্তি সম্পদ। —আচাধ্য-সংহছি, ৩৬ শঙ্কৰায় প ে ন জজৎ পৰে ৰ.ইতি + পাঠ। i। অস্যোপদেশমাশ্ৰিত্য বহুৱে মজাদা। ভৱষৱিলি মাতি কেশৱালয়। —আচাৰ্য-সংহতি, ৩৭ পা ২। কোবা কোকা-কোৰ কুৰা, কুৰা ৰা।