পৃষ্ঠা:Assam Buranji.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮

সাহাবে অনেক নিতি জনাই বুজাই তক্ত দিলে। পাচে ১৭৫৫ সঁকৰ ১ প্রথম বৈসাগ, ইংৰেজি ১৮৩৩ সনৰ ১২ এপ্ৰেল মাহৰ পৰা শ্ৰীশ্ৰীপুৰন্দৰ সিংহ সর্গদেৱে পুনৰ ৰাজত্ব কৰে ; এতেকে এই পর্জন্তে ঐ জুনিয়ৰি মােতালকত সাহাবানৰ ভােগ হই ৮ বচৰ, ২ মাই, ৯ দিন। ইতি। ইতি বুৰঞ্জি সাৰে পঞ্চম খণ্ডং সমাপ্তং।

এতদাসামদেশীয়ভুপানাং চৰিতং ময়া।
লিখিতং শ্রীকাশিনাখতাম্বুলীফুকনাজ্ঞয়া।।