পৃষ্ঠা:Assam Buranji.djvu/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


এবং বকতা পিয়ল কৰাই, কটকিৰ ভগিৰথ টেকেলা বৰুআক কাকতিয়া নাম দিলে। পাচে গনক জোতিসিয়া পণ্ডিত সকলােএ সগদেৱৰ চত্রভঙ্গ জোগ হৈছে বুলি জনালত, সগদেৱে গোসাইলৈ কলে। গোয়ে সেই সকল পণ্ডিতেবে দিন স্থিৰ কবি অনেক সান্তি স্বস্থিয়ন কৰাই সৰ্গদেৱব চত্ৰ গুচাই আই কুঁঅবি দেৱক চত্ৰ দি বৰ ৰজা নাম দিলে। এই জনা কুঁঅধিৰে নাম ফুলেস্বৰি আৰু প্রথেস্ববি, এই দুয়াে নামেৰে মােহৰৰ মাৰিলে। পাচে বৰ ৰজাই গৌবি সাগবব দল পুখবি কবি দেৱালই পাতিলে। ভায়েক হৰিনাথ ঐ ক্রমে ভঙ্গিবিয়া হৈ কালুগাঁৱত বাৰি ঘৰ কবিলে ; এই হেতুক কালুর্গয়া বৰ পাত্ৰৰ ঘৰ বােলে। পচে সগদেৱত জনাই, শালুর্গাৱত দল পুখুৰি কৰি দেৱালই পাতিলে। এনেতে সুদ্র মহাজন তেলোবে গােসানিক নে- মানে বুলি সুনি, দুর্গোত্সও পুজাৰ ভিতৰতে মােআমাৰ মহন্ত আদি জনচাবেক সেধিক অনাই বব বজাই গােসানি সেৱা কৰাই, সিন্দুৰ, ৰঙ্গা চন্দন, বলিৰ ৰক্ত, এই সকল দ্রব্যেৰে সেট দি নিমাল্য প্রসাদ লোঅই কিচু দুর্গতি কৰিলে। এই দুখকে অন্য মহন্ততকৈ মােআমৰাৰ ঠাকুৰে পেটে মবন তুল্য মানি ললে। ৰে কাল ক্রমে বৰ ৰজা স্বর্গি হলত, ‘েওৰে ভনিএক দোপদিক সৰ্গদেৱে কুঁৱৰিকৈ আনিলে ; এগুবে না দিলে