পৃষ্ঠা:Assam Buranji.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩২ ঐ তাওচিঙ্গাৰ লাকি ওলোৱাৰ ক্ৰম | ত্যেওপ্লাও | জি | মাও | চি | চেউচিঙ্গা মৃত কাপ| ১| T৫১ | | ৪১ ভাগ ৰাই |১৩ মুঙ্গ |_| ১৪ | প্লেক|২৫ ৫; ৪৩ ৩০ ২৩ ৪৪ ৫৫ G ৫৭। ১৮ | ৫৮| T8 ৪৮ খুত | ৩৭ |_| ২৭ | | ১৭ ৰুঙ্গ | | ৩৮ | | ২৮| | তাও | ৪৯ | | ৩৯ | | ২৯। | ১৯ কা | । ৫০। | ২০। । • | | ১০ | | ১০||৬০ | এই অঙ্কাৱলিৰ খােলাচা। কাপ আদি কা অন্ত প্রথম দহ লজ, ও ত্যেও আদি কেও অন্ত পৰ বাৰ লজ, ঐ বাৰ লজতে আদিৰে আদি দ্বিতিয়ৰে দ্বিতিয় ক্রমে মিলাই; দহবে পুৰতি হলে পুনৰ দহৰ আদি একাদশত দ্বিতিয় দ্বাদসত ত্ৰিতিয় লজ বাৰৰ আদিৰে মিলাই লেখিব লাগে। এই ক্ৰমতে লিখিলে ১ কাপত্যেও পুনৰ ৬০ বচৰৰ মুৰতহে পৰেগৈ, কাৰন বাৰৰ একান্তৰিত কৰি ৬ বাৰ দহ লজ লিখা হব, ইয়াতে ৬০ পােআ জব। ইতি।