সমললৈ যাওক

পৃষ্ঠা:Assam Buranji.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১১৬ আসাম দেসৰ পুৰ্বিয় ৰজানগৰ নামাৱলি ফৰ্দ।

নম্বৰ

ৰজাগণৰ
নাম।

ৰাজত্ব প্ৰাপ্তেৰ সন

ভোগৰ সংখ্যা

লাক্নি

মোতা-
বেক সঁক

ইংৰেজি
সন।

২০ ততপুত্ৰচুতাম্লা
ওঃ জয়ধ্বজ সিংহ
ওঃ ভগনীয়া ৰজা
৭ প্লেকচি ১৫৬৭ ১৬৫৪
২১ চুপঙ্গমুঙ্গ ওৰফে চক্ৰধ্বজ ৭ মুঙ্গপ্লাও ১৫৮৫ ১৬৩৬
২২ তদভাত্ৰি চুন্যতফা

ওৰফে উদয়াদিত্য।

৭ কাপচান ১৫৯২ ১৬৭০
২৩ তদভাত্ৰি চুক্লনফা
ওৰফে ৰামধ্বজ
৭ ৰাইমিত ১৫৯৪ ১৬৭২
২৪ ৩ চুহুঙ্গ ৰজা ৭ প্লেকতোও ১৫৯৬ ১৬৭৪ ০-১-১৫
২৫ ৪ গোবৰ ৰজা ০-০-২০
২৬ চুজিনফা ২-৯-২৫
২৭ ৪ চুডৈফা ৭ ৰুঙ্গমাও ১৫৯৯ ১৬৭৭
২৮ ৩ চুলিক্‌ফা
ওৰফে লৰাৰজা
৮ কাচেও ১৬০১ ১৬৭৯
২৯ ৩ গদাপানি ওৰফে
গদাধৰ সিংহ
ওঃ চুপাতফা
৮ ডাপমুত ১৬০৩ ১৬৮১ ১৪-১০-১৩
৩০ ততপুত্ৰ লাই গোহাঁই
ওঃ চুখ্ৰোংফা
ওঃ ৰুদ্ৰসিংহ
৮ খুতমিত ১৬৭১ ১৬৯৫ ১৮-৬
৩১ ততপুত্ৰ চুতনফা
ওঃ শিৱসিংহ
৯ প্লেকচি ১৬৩৬ ১৭১৪ ১০-৩-১১