সমললৈ যাওক

পৃষ্ঠা:Assam Buranji.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নম্বৰ। ৰজাগনৰ নাম। ৰাজত্ব প্ৰাপ্তেৰ চন ভোগৰ সংখ্যা
লাকনি। মোতাবেক সঁক ইংৰেজি চন
১৩ ততপুত্ৰ চুপিমফা ৪ মুঙ্গকেও ১৪১৫ ১৪৯৩
১৪ ১ ততপুত্ৰ চুহুনমুঙ্গ ওৰফে স্বৰ্গনাৰায়ণ দিহিঙ্গিয়া ৰজা ৪ ৰুঙ্গমাও ১৪১৯ ১৪৯৭ ৪২
১৫ ৪ ততপুত্ৰ চুক্লেনমুঙ্গ গৰগঁয়া ৰজা ৫ কাৰাও ১৪৬১ ১৫৩৯ ১৩
১৬ ততপুত্ৰ চুখামফা খোৰা ৰজা ৫ ৰাইমিত ১৪৭৪ ১৫৫২ ৫৯
১৭ ততপুত্ৰ চুচেঙ্গফা ওঃ বুধি স্বৰ্গনাৰায়ন ওঃ প্ৰতাপসিংহ ৬ ডাপৰাও ১৫৩৩ ১৬১১ ৩৮
১৮ ততপুত্ৰ চুৰমফা ওৰফে ভগাৰজা ৬ কাকেও ১৫৭১ ১৬৪৯
১৯ ততপুত্ৰ চুত্যিঙ্গফা ওৰফে নৰিয়া ৰজা ৭ ৰাইঙ্গি ১৫৭৪ ১৬৫২