১০৭
চিপ চঙ্গ ১২, এই বাৰ মাহেৰে বচৰ হই, এনে ৬০ বচৰে
তাওচিঙ্গাটো হই।
| প্রতি তাওচিঙ্গাৰ বচৰবােৰৰ নাম। কাপত্যেও ১,
ডাপপ্লাও ২, ইঙ্গিত ৩, মুঙ্গমাও ৪, প্লেকচি ৫, কাতচেও ৬,
খুতচিঙ্গা ৭, কঙ্গত ৮, তাওচান ৯, কাবাও ১৩, কাপমিত
১১, ডাপকেও ১২, ৰাইত্যেও ১৩, মুঙ্গপ্লাও ১৪,
প্লেকঙ্গি ১৫, কাতমাও ১৬, খুচি ১৭, কঙ্গচেও ১৮,
তাওচিঙ্গা ১৯, কামুত ২০ কপিচান ২১, ডপিও ২২,
বাইমিত ২৩, মুঙ্গকেও ২৪, প্লেকত্যেও ২৫, কাতপ্লাও
২৬, খুতঙ্গি ২৭, ৰঙ্গমাও ২৮, তাওচি ২৯, কাচেও
৩০, কাপচিঙ্গা ৩১, ডাপমুত ৩২, ৰাইচান ৩৩, মুঙ্গও ৩৪,
প্লেকমিত ৩৫, কাতকেও ৩৬, খুতত্যেও ৩৭, ৰুঙ্গপ্লাও
৩৮, তাওঙ্গি ৩১, কামাও ৪০, কাপচি ৪১, ডপিচেও ৪২,
বাইচিঙ্গা ৪৩, মুঙ্গমুত ৪৪, প্লেকচান ৪৫, কতৰাও ৪৬,
খুতমিত ৪৭, ৰুঙ্গকেও ৪৮, তাওত্যেও ৪১, কাপ্লাও ৫৩,
কাপঙ্গি ৫১, উপমাও ৫২, বাইচি ৫৩, মুঙ্গচেও ৫৪, প্লেক-
চিঙ্গা ৫৫, কাতত ৫৬, খুতচান ৫৭, ঙ্গাও ৫৮, তাওমিত
৫৯, কাকেও ৬০, এই তিনি কুৰি বচৰেই এক তাওচিঙ্গা
জাই। পুনৰ বাৰ কাপত্যেও নামক বচবকে আদি কৰি
আকও তিনি কুৰি বছৰিয়াকৈ তাওচিঙ্গা লেখে।
এই লেখৰেইহে খুনলুঙ্গ খুনলাই স্বৰ্গৰ পৰা নামি অহাৰে
পৃষ্ঠা:Assam Buranji.djvu/১১১
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
