পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৪৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰম ধস্মিষ্ঠ ধনঞ্জয়ৰ বচন। শুনিয়া সন্তোষ মনে কুষ্ণ পাণ্ডুগণ॥ ২৬০৩৫ পাচে অৰ্জ্জুনক কৰিলেক আশীৰ্বাদ। তোমাৰ কুশল হৌক গুচোক প্ৰমাদ॥ তিনিয়ো লোকত নাহি তোমাৰ সমান। জান৷ ধৰ্ম্ম অধৰ্ম্মক পুষ প্ৰধান॥ ২৬০৩৬ জানা বেদ বেদান্তক শাস্ত্ৰ সমস্তয়। সমস্তে ভূতত দায়৷ তোমাৰ আছয়॥ মহা পৰাক্ৰমী অস্ত্ৰ শস্ত্ৰত নিপুণ। তোমাতেসে আছে জগতৰ যত গুণ। ২৬০৩৭ এহিমতে বীৰ্গণে তুতি নতি কৰি। কেছো ৰথে কেহো গজে কেহো বসুন্ধৰী॥ মহানিদ্ৰ৷ শ্ৰাক্ত হুয়া গৈলা থানে থানে। থাকিলেক অচেতনে দণ্ড দুই মানে। ২৬০৩৮ খাণ্ড৷ বাৰু গদ৷ শৰ ধনু শক্তি লই। ৰণভূমি জুৰি ৰহিলেক নিদ্ৰা গই আত অনন্তৰে আসি সেহি সময়ত। ইন্দ্ৰৰ দিশত চন্দ্ৰ হৈলন্ত বেঞ্চত। ২৬০৩৯ আনন্দ কৰাইতে নব যুৱতীৰ চিত। মদনৰ ধনু যেন হৈলন্ত বিদিত # সহস্ৰ কিৰণে অন্ধকাৰ দূৰ কৰি। গজসকলক যেন প্ৰমত্ত কেশৰী॥ ২৬০৪০ মেদিনীমণ্ডল সবে হেন লুপ্ৰসন্ন। হেন দেখি উঠিল সমস্তে বীৰগণ॥ দশোদিশে কোলাহল ৰোল ঊথলিল। পূৰ্ণিমা দিবসে যেন সাগৰ বাঢ়িল॥ ২৬০৪১ সমৰক প্ৰতি সাজিলেক স্বৰ্থীচয়। মহা হেন দেখি দুৰ্য্যোধন তোমাৰ তনয়॥ জোণৰ নিকটে গৈয়৷ নমিলা চৰণ। মনে মহাক্ৰোধ কৰি বুলিলা বচন॥ ২৬০৪২ শুনা গুৰুদেৱ মই কৰোঁ নিবেদন। সমত মহাগ্ৰান্ত ভৈল শত্ৰুগণ | নিদ্ৰাফালে মাৰিবাক পাৰি নমাৰিলোঁ। তোমাৰ পৰম প্ৰিয় গুৰু হৰিলোঁ॥ ২৬০৪৩ আমি বধিলেক তযু যশ হৈব হানি। এতেকে অপেক্ষা কৰিলেহে মহামানী॥ হেন জানি সহৰে শত্ৰুক বধিয়োক। তোমাৰ বিপুল যশ লোকৰ হুইৰেক॥ ২৬০৪৪ তুমি পাণ্ডৱক যুদ্ধে কৰা প্ৰতিপাল। সিকাৰণে জীয়ন্তে আছম্ভ চিৰকাল। তোমাক কি সমান সমৰে পাণ্ডুগণ। যদি নিৰপেক্ষ হুয়৷ তুমি কৰ| বণ || ২৬০৪৫ আছোক পাণ্ডৱগণ দেৱ দানৱক। দিব্য অস্ত্ৰে দহিবাক পাৰা জগতক | কিব৷ প্ৰিয়শিষ্য বুলি কৰা প্ৰতিপাল। কিবা মোৰ ভৈল আসি মৰণৰ কাল॥ ২৬০৪৬ ইহাৰ কাৰণ মই নজানো নিশ্চয়। ধৃতৰাষ্ট্ৰ নৃপতিত বদতি সঞ্জয় ৰাজাৰ বচন হেন শুনি দ্বিজবৰ। কোপমনে কতোক্ষণে দিলন্ত উত্তৰ। ২৬০৪৭ যুৱক কালত বল আছিল গাৱত। নাহি পৰাক্ৰম এৱে বৃদ্ধ বয়সত তথাপিতো তোমাৰ কাৰণে মহীপাল। অস্ত্ৰবলে সংহাৰিবে৷ সোমক পাঞ্চাল॥ ২৬০৪৮ কিন্তু যোদ্ধাগণ যদি অস্ত্ৰবেতা লুই। তাৰ বধে আপোনাৰ তেজ নষ্ট হয়। তোৰ অৰ্থে অধৰ্ম্মক কৰিবো অৱশ্য। পাঞ্চালক মাৰি নিশি এৰিবে৷ কবচ। ২৬০৪৯ অৰ্জুন হৈলন্ত ব্ৰাম্ভ কহিল৷ নাজানি। তাহাৰ বীৰ্য্যৰ কহে৷ স্বৰূপ কাহিনী। লুৰাহুৰ যক্ষৰক্ষ আছৰ যতেক। ক্ৰোধাবিষ্ট অৰ্জনক কোনে ঘুজিবেক॥ ২৬০৫০ বাসৱৰ প্ৰিয় বল আছিলা খাস্তব। অমিক দিলন্ত গান শুনি খেদি আলিগন্ড দেৰ পুৰুষ। অৰ্জুন সহিতে ক্লোষে কৰিা সৰ। ২৬-৫১ অন্ত্ৰবলে তাঙ্কো বি ফুলে অগ্নি দহিলে