পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইবেলি কৌৰৱে আন এৰি ভূমি বিনে ইটো দুখ ত্ৰাণ ধিক্কাৰ ভীমৰ বাহুবল অসমৰ্থ ভৈলে দোষ নাই দ্ৰুপদ ৰাজাৰ বিদ্যমানে এহি বুলি যাজ্ঞসেনী তেৱে পৰাক্ৰম ভীমৰ সিজে বৰাই। ধৃষ্টদ্যুম্ন আদি শতভাই দুখিতবৎসল জানি ভীম-অৰ্জ্জুনৰ বীৰত্ব ভৈলেক ছাই॥ ২০২৬৬ যাৰ সুকোমল বাক্য মধু ভাগিন বুলিয়া কৃষ্ণ সম্বন্ধত মুদ্ৰাৰ যেনমতে তান্ত তযু তুমি যাৰ সখা পদ্মপাশি আমাৰে৷ পুত্ৰক প্ৰভু ক্ষত্ৰিজাতিৰ হেনসে কাতৰ তলু। শ্ৰীকৃষ্ণৰ ওচৰত দ্ৰৌপদীৰ নিবেদন ছবি ভীম নৃপতিৰ মোৰ উদ্যোগ পৰ্ব্ব লৱা দামোদৰ আসম্বাৰ পাঞ্চ ধনু। তিয়াইলন্ত নয়নৰ লোহ। কায়বাক্যমনে মানি সমৰ্পিলো পাঞ্চগুটি পোহ৷ ২০২৬৮ অভিমন্যু তনয়ক জনম লভিলো দ্ৰুপদে তুলিলে মোক। মোক মাৰিবেক জুইত পুৰি অজমীঢ় কুলে বিবাহ দিলে মোক॥ ২০২৬৭ কৃষ্ণৰ চৰণ খানি আজি হস্তে দিলো তুলি তালি কৰন্তা নাহিকে মোৰ আন প্ৰিয় ভাৰ্য্য৷ ভৈলো পাঞ্চো ভাই পাণ্ডৱৰ। লুলি। তেনয় দেখিবা তুমি ধিক্, অৰ্জ্জুনৰ ধঙ্কুশৰ অৰ্জ্জুনৰ সম্বন্ধত সখি। গুণি চাৱা প্ৰভু কোন গুণে হীনপৰ সম্বন্ধে দেৱৰ হবা নপুংসক ভৈল পাঞ্চো ভাই ভাই হৱা আপুনাৰ সি কাৰণে প্ৰাণ গম দেখি। ২০২৬৯ যজ্ঞবেদী আতি শুদ্ধধানে পিতৃ দ্ৰুপদেয়ে৷ বৰ চাই পাণ্ডুনৃপতিৰ কুলবধূ আমি অসমৰ্থ কোন খানি অনুবন্ধ উপভোগ তষু আগে মুৰুচে কপটে। সহদেৱ নকুলৰ সহদেব প্ৰৱলৰ সকল সম্বন্ধে মোত ঘটে। কৌৰৱক যুক্তিবাক ভীম নৃপতিৰ আৰে৷ তেসম্বে হুযুজে যদি দাসীকে৷ মুহিকে। যোগ মন। অৰ্জ্জুনৰ বাক্য শুনি আতিশয়ে দহে মোৰ মন॥২০২৭০ অভিমন্যু সমে মোৰ কৌৰৱক সংহৰিবা বুঢ়া পিতৃ গ্ৰুপদেয়ো ১৩৭৫ সম্বন্ধে জেঠাল হবা ততে৷ মই দাসীৰ নিদানে। তাসম্বাৰ সঙ্গে লই বীৰত্ব বচন শুনো কৌৰৱক ভয়ে ভয়ে পাঞ্চ তনয়ক লৈলা ৰণে॥ মোৰ অৰ্থে মুজিবেক ধৃষ্টদ্যুম্ন আদি ভাই শত আপুনিয়ো খেদি গই কৌৰৱক বধিবা ঘাত। ২০২৭১