এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হৰি-ভকত
হাঁহ-কণীত
৩১৬
হ।
হৰি-ভকত— বিং, হৰি ভক্তিৰ অৰ্থে গুৰুত শৰণ লোৱা হয়। যি কেইজন মানুহে একে লগে শৰণ লয়, তেওঁবিলাকে এজনে আন জনৰ প্ৰতি বিশিষ্ট সম্মান দেখুৱাই। এজনে আনজনক মাতিবলৈ হলে নাম কাঢ়ি নামাতি হৰি-ভকত' বুলি মাতে। এতেকে,—একে লগে গুৰুত শৰণ লোৱা মানুহ; তাৰপৰা,— অতি মিলৰ মানুহ, persons who are initiated in one sitting by the gossain; hance, fast friends.
হাঁহ-কণীত কুহুম নাহকিয়া হোৱা — ক্ৰি, সকলো হাঁহ-কণীত কুহুম থাকে। এই স্থলত হাঁহ-কণীত কুহুম নাইকিয়া বোলা হৈছে। এতেকে,—অৱশ্যম্ভাৱী লাভৰ স্থলতো লাভ নোপোৱা, to derive no profit in a case where profit is inevitable.
সমাপ্ত।