পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
ধৰ-ধৰ
ধানটোৱে-পতি
১৪৮

ধৰ-ধৰ মাৰ-মাৰ লগা— ক্ৰি, দন্দ লাগিলে যুঁজাৰুবিলাকে ধৰ-ধৰ মাৰ-মাৰ শব্দ উচ্চাৰণ কৰে। এতেকে,—হাই-উৰুমি হোৱা, the making of loud noise,

ধৰমৰ খুঁটি—বিং, যাৰ দ্বাৰা ধৰ্ম্ম প্ৰতিষ্ঠিত হৈ থাকে অৰ্থাৎ যাৰ দ্বাৰা ধৰ্ম্মৰ ব্যভিচাৰ নঘটে তেনে মানুহ, বস্তু বা গুণ। (খুঁটিত এৰাল দিয়া মহ- গৰুৰে ধৰ্ম্মৰ ৰিজনি দিয়া হৈছে। ), the main stay of virtue.

ধৰ্ম্ম যুধিষ্ঠিৰ—বিং, যুদিষ্ঠিৰ বৰ ধৰ্ম্মিষ্ঠ আছিল। এতেকে,--মহা ধৰ্ম্মিষ্ঠ পুৰুষ। (সচৰাচৰ বিদ্ৰূপ ভাবত প্ৰয়োগ হয়, কিয়নো যুধিষ্ঠিৰৰ নিচিনা ধৰ্ম্মিষ্ঠ পুৰুষ পৃথিবীত বিৰল। ), virtue incarnate.

ধৰ্ম্মক চিঁয়াই— ক্ৰি-বিণ, [ধৰ্ম্মক চিন্তি ] ধৰ্ম্মক উদ্দেশ্য কৰি, in the name of religion.

স্বৰ ছেলেৰে কিৰ ণ কৰা, to reatrain by means of the chain of religion i. ৫. to make devout by inculoning the precept of religion ফেল , ব ন লাল ব (পি ), ৪০ build an odiice . of virtue. খ গ গ-িবি, ৰ গতি ইন মিছি যে তাৰা হৈ নাই যে, সহজ গৰি নেয়নি। পোৰা, নি অৰ্যাহ, সয়ত গৰু দি গো , এই গজায়। একে বীৰ কি below but inevi blaine vie, -জি (। } ণ yি নেগে। একে-অবিক যে, to be here ঋণ শকে লে দুলিশ, বিজিএমই এ স , নৰ নিদিয়ে বিবিএ এক যুগীয় কাজে লিলা লোয় মিলন , h tus