পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক--১৯ দৃশ্য ] জাতিকাৰ হোৱাত, সী যেউ গুলগুল-মন-বিয়াকুল হব, তাকে নো আৰু এবাৰ কব লাগিছে নে? পাৰ্বতী-তোমালোকে আৰু বৰ আচৰিত, দেও হে। চোয়াহঁকচোন, এতিয়াই জানো বসন্তকাল আহিবৰ হল? শীতেই দেখোন নো যায়। আমাৰ জাৰৰ ঠেৰেঙ। ভগাই নাই; ফুলবোৰৰ নো কি হয়? ( অলপ বৈ) মই ক'ত মাৰো! সখী ইত। সেয়া কুলিয়ে মত নাইনে? এটা কেহনীৰ কাণ পাতি শুনি আচৰিত হয়। জয়া-সখীহঁত, এইবাৰ কথা কিবা হে! মোৰ কঢ়িয়াকৈ মনত আছে, আৰু-বেলি কি আৰু-তেও বেলিও এনেকুৱ৷ দিনত ফুল ফুলাহে নালাগে, কলহে কলহে পানী দিও আমি কলি এটাৰে মুখ দেখা নাছিলোঁ। ঔ আই। সৌ পুলি আমঙ্গোপা কেনেকৈ মলিয়াইছে চোৱাহকচোন -আগৰপৰা গুলি। বিজয়া—মোৰ হল এইবোৰ দেখি এটা ভাব মনত পেলাইছে। নিবাৰু নে? পাৰ্ব্বতী-কয় শুনিম, বিজয়।। কৈ যোৱা তুমি। বিজয়লনিৰ ফুলবোৰ দেখি, আমে মলিয়ালৈ চাই আৰু তাতে কুলিৰ মাত শুনি আজি বাৰু সচাৰ্সটি বসন্ত কাল যেন লগা নাইনে। বিয়া- যেন সাকৈয়ে এটি নিপোতল ধুনীয়া ডেকা; তেওঁৰ কোনো মতে যেন কোনো যুন নাই। তেওঁৰ