তুমি বিৰহ অন্তত আনন্দ-অশ্ৰু, দুখৰ অন্তত সুখ; ব্যাধি যন্ত্ৰনাৰ অন্তত তুমি মউ হাঁহি ভৰা মুখ।
হে সুন্দৰ, চিৰবাঞ্ছিত তুমি, তোমাৰ পৰশ পাই ধন্য মানিছে জীৱনে, আহিছে সততে লাঞ্ছনা খাই।
৭