পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৭ | ৰাস ক্রীড়া। নাচন্তে চলন্তে লড়ে মকৰ কুণ্ডল। তাৰ ৰশ্মি শােভিত পাণ্ডুৰ গণ্ড স্থল। তাতে লগাই কতাে গােপী পাতে মুখ অন নৃত্যৰ ভঙ্গিত চোবা দেন্ত চক্রপাণি নচিন্তে শবদ কৰে পূৰ মেখলা। মহ। শ্রান্ত হুয়া কতো কতাে গােপবাল' । কৃষ্ণহস্ত পঙ্কজ পৰম সুখকৰ। কি সব থেৱে নিয়া স্তনৰ উপৰ লক্ষ। ৰমণ যিটো ঈশ্বৰ মুৰাৰ । তার 'এল পাইলে যত গােপনাৰ । কৃঝে ধৰি আছে কণ্ঠে দুয়াে নাহু মে:, পৰম উৎসবে আত কৰে ৰ', ' অক। ]ত চাৰু কণ পণে । শে! • বন ধ্রুজ ঘশ্ন জা' কে সমে নাচে আ'ত উৎসয়ে ’ে । বাজয বল বাদ্য নুপুৰ কিঙ্কিণী গােপাৰ নৃত্যত ভল ভৰি কত - • বড়ি গুঞ্জৰে যেন ভৰে গীতাল । শৰক কাৱে খসে গোপও হল ষ্ট ভূষা কেশে বৰষয যেন ফুল ।